• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা, লগতে কোন চনত কোনে কাৰ্যভাৰ লৈছিল? কোনগৰাকী মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয়?

অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা, লগতে কোন চনত কোনে কাৰ্যভাৰ লৈছিল? কোনগৰাকী মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয়?

3 years ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

29 minutes ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

40 minutes ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

1 hour ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

2 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

18 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

19 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

20 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

20 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

22 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

23 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

23 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা, লগতে কোন চনত কোনে কাৰ্যভাৰ লৈছিল? কোনগৰাকী মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয়?

editor by editor
February 17, 2023
in অসম, বিবিধ, ৰাজনীতি
0
অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা, লগতে কোন চনত কোনে কাৰ্যভাৰ লৈছিল? কোনগৰাকী মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয়?
0
SHARES
938
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমৰ মুখ্যমন্ত্ৰীৰ তালিকাখন বৰ বেছি দিঘলীয়াও নহয়৷ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ ১৫ নম্বৰ মুখ্যমন্ত্ৰী৷

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতেই অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ৷ গোপীনাথ বৰদলৈয়ে ১৯৮৭ চনৰ ১৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল৷ তেওঁৰ কাৰ্যকাল সমাপ্ত হয় ১৯৫০ চনৰ ৫ আগষ্টত৷ গোপীনাথ বৰদলৈৰ পাছতেই মুখ্যমন্ত্ৰীৰ আসনত বহে বিষ্ণুৰাম মেধী৷ ১৯৫০ চনৰ ৯ আগষ্টত শাসনভাৰ গ্ৰহণ কৰে মেধীয়ে৷ মেধীৰ কাৰ্যকাল অন্ত পৰে ১৯৫৭ চনৰ ২৭ ডিচেম্বৰত৷

বিমলা প্ৰসাদ চলিহাই মুখ্যমন্ত্ৰীৰ আসনত বহে ১৯৫৭ চনৰ ২৮ ডিচেম্বৰত৷ বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকাল অন্ত পৰে ১৯৭০ চনৰ ৬ নৱেম্বৰ তাৰিখে৷ বিমলা প্ৰসাধ চলিহাৰ পাছতেই মহেন্দ্ৰ মোহন চৌধুৰী৷ তেওঁৰ কাৰ্যকাল হৈছে ১৯৭০ চনৰ ১১ নৱেম্বৰৰ পৰা ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে৷ তাৰপাছতেই মুখ্যমন্ত্ৰীৰ আসনত বহে শৰৎ চন্দ্ৰ সিংহ৷ শৰৎ চন্দ্ৰ সিংহৰ কাৰ্যকাল আছিল ১৯৭২ চনৰ ৩১ জানুৱাৰীৰ পৰা ১৯৭৮ চনৰ ১২ মাৰ্চলৈ৷

ষষ্ঠতম মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল গোলাপ বৰবৰাই৷ ১৯৭৮ চনৰ ১২ মাৰ্চত শপত গ্ৰহণ কৰে গোলাপ বৰবৰাই৷ তেওঁৰ কাৰ্যকাল আছিল ১৯৭৯ চনৰ ৪ অক্টোবৰলৈ৷ তাৰপাছতেই মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে যোগেন্দ্ৰ নাথ হাজৰিকাই৷ যোগেন্দ্ৰ নাথ হাজৰিকাৰ হ্ৰস্বকালীন কাৰ্যকাল হৈছে ১৯৭৯ চনৰ ৯ অক্টোবৰৰ পৰা ১৯৭৯ চনৰেই ১১ ডিচেম্বৰলৈ৷ যোগেন্দ্ৰ নাথ হাজৰিকাৰ পাছতেই ছৈয়দা আনোৱাৰা টাইমূৰ৷ আনোৱাৰা টাইমূৰৰ কাৰ্যকাল আছিল ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে৷

কেশৱ চন্দ্ৰ গগৈয়ে মুখ্যমন্ত্ৰীৰ আসনত বহে ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা ১৯৮২ চনৰেই ১৯ মাৰ্চলৈকে৷ তাৰপাছতেই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে হিতেশ্বৰ শইকীয়াই৷ হিতেশ্বৰ শইকীয়া দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহে৷ তেওঁৰ প্রথমটো কাৰ্যকাল আছিল ১৯৮৩ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ২৩ ডিচেম্বৰলৈ৷ তেজেধুৱা অসমত আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লয়, ১৯৯১ চনৰ ৩০ জুনৰ পৰা ১৯৯৬ চনৰ ২২ এপ্ৰিললৈ৷

১১ সংখ্যক আৰু ১৮ সংখ্যক মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈছিল ডঃ প্ৰফুল্ল কুমাৰ মহন্তই৷ প্রফুল্ল মহন্তৰ প্ৰথমটো কাৰ্যকাল আছিল ১৯৮৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা ১৯৯০ ২৮ নৱেম্বৰলৈ৷ দ্বিতীয়টো কাৰ্যকাল আছিল ১৯৯৬ চনৰ ১৫ মেৰ পৰা ২০০১ চনৰ ১৭ মেলৈকে৷

তাৰমাজতেই ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মেলৈকে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ভূমিধৰ বৰ্মণে৷

এই সকলোবোৰৰ মাজতেই অসমৰ মুখ্যমন্ত্ৰীৰ আসনৰ বহা অন্য একক মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ৷ দিঘলীয়া সময় ধৰি অসমত নেতৃত্ব দিয়া মুখ্যমন্ত্ৰীগৰাকীয়েই হৈছে তৰুণ গগৈ৷ তৰুণ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈছিল ২০০১ চনৰ ১৭ মেত৷ তেওঁৰ কাৰ্যকাল সমাপ্ত হৈছিল ২০১৬ চনৰ ২৪ মেত৷ প্ৰায় ১৫ বছৰ ধৰি অসমক নেতৃত্ব দিয়াৰ বাবেই তেওঁ অসমৰ এগৰাকী লেখত ল’বলগীয়া মুখ্যমন্ত্ৰী বুলি প্ৰতিসময়তে চৰ্চিত৷

তৰুণ গগৈৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰে সৰ্বানন্দ সোনোৱালে৷ সৰ্বানন্দ সোনোৱালে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ২০১৬ চনৰ ২৪ মেত৷ তেওঁৰ কাৰ্যকাল অন্ত পৰে ২০২১ চনৰ ১০ মে তাৰিখে৷ সৰ্বানন্দ সোনোৱালৰ পাছতেই ১৫ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰে ২০২১ চনৰ ১০ মে তাৰিখে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
Next Post
ৰঙালী উদযাপনৰ বাবে ৰাজ্যলৈ আহি আছে শিল্পা চেট্টীসহ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ

ৰঙালী উদযাপনৰ বাবে ৰাজ্যলৈ আহি আছে শিল্পা চেট্টীসহ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো? সবিশেষ…

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.