• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

12 months ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

17 minutes ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

47 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

1 hour ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

2 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

2 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

2 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

3 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

4 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

4 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

4 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

5 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

editor by editor
April 4, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ
0
SHARES
713
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

আজি ৪ এপ্ৰিল তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেট বৈঠকৰ পাছতে সংবাদমেলৰ আয়োজন কৰি জনতাক দিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ খবৰ। চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষা আৰু কোচ ৰাজবংশীলৈ আহিল বিশেষ খবৰ।

আৰম্ভণীতেই দিয়ে স্বাস্থ্য সন্দৰ্ভত বিশেষ খবৰ। মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া ঔষধৰ ব্যৱস্থা। ইয়াৰ বাবে স্বাস্থ্য বিভাগত এখন ৯০ কোটি টকাৰ অনুমোদন পত্ৰ দাখিল কৰে।

অসমৰ মথাউৰি সন্দৰ্ভতো বিশেষ খবৰ। পুৰণা মথাউৰি বা বেয়া হৈ যোৱা মথাউৰিবোৰ সঘনাই চৰকাৰে নিজে চাই থকাটো কিছু সমস্যা হয়, সেয়ে মথাউৰি বোৰৰ প্ৰতি ১০ৰ পৰা ১২ কিলোমিটাৰ চোৱা চিতাৰ বাবে একোটা যুৱ বাহিনী গঠন কৰিব। য’ত থাকিব ১৫ গৰাকী ডেকা ল’ৰা।

এই যুৱ বাহিনীয়ে এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে মথাউৰি নিৰিক্ষণ কৰিব। ইয়াৰ গুৰু দায়িত্ব থাকিব নিকট জলসম্পদ বিভাগৰ লোক। মথাউৰি চোৱাচিতাৰ বাবে যুৱক সকলক গাম বুট, টৰ্চ লাইট, ৰেইনকোট, জিঅ বেগ, কোৰ আদি যোগান ধৰিব। এই সকলো কাম স্বেচ্ছা সেৱক হিচাপে কাম কৰিব , ইয়াৰ বাবে যুৱক সকলক অক্টোবৰ মাহৰ পাছত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত বিশেষ প্ৰশংসা পত্ৰ দিয়া হব।

জাগিৰোডত চিপ কনডাক্টৰ প্ৰজেক্টৰ সমীপত থকাৰ সুবিধা হোৱাকৈ মহিলা কৰ্মচাৰীৰ বাবে ১০০০ আসন যুক্ত ৱৰ্কিং ৱমেন হোষ্টেল নিৰ্মাণ কৰাৰ বাবে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে ১২০ কোটি টকা অনুমোদন জনায়।

পাছে ইয়াৰ বাহিৰে আজিৰ ৰাজ্য চৰকাৰৰ কেবিনেট গ্ৰহণ কৰা ৩ টা বিশেষ সিদ্ধান্ত হৈছে-

প্ৰথমটো- অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে ২ শতাংশ মৰগীয়া বানচ ঘোষণা। ১.০১.২০২৫ ৰ পৰা কাৰ্যকৰী হব এই সিদ্ধান্ত। বিহুৰ আগতে পোৱা দৰমহাত এই বানচ যোগ কৰা হব।

দ্বিতীয়তে- অহা প্ৰথম বহাগ তথা ১৫ এপ্ৰিল ততা ১ বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰাঞ্চফাৰ অৰ্ডাৰ, গাইডলাইন, পোষ্টাৰ, ৰেগুলেছন, নটিফিকেচন আদি চৰকাৰী নথি ওলাব সেই সকলোতে ইংৰাজীৰ লগতে অসমীয়া ভাষাও থাকিব। ইয়াৰ উপৰি বৰাক উপত্যকাত ইংৰাজী, অসমীয়াৰ লগতে বঙালী আৰু বিটিআৰত বড়ো ভাষা থাকিব।

তৃতীয়তে কোঁচ ৰাজবংশীসকলক লৈ কেবিনেটত ঐতিহাসিক সিদ্ধান্ত, কোঁচ ৰাজবংশীসকলৰ সকলো বিদেশীৰ গোচৰ প্ৰত্যাহাৰ। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ। ২৮ হাজাৰ লোকৰ ওপৰৰ পৰা বিদেশীৰ লেবেল আঁতৰিল বুলিও ঘোষণা কৰে। কোঁচ ৰাজবংশী লোকৰ বিৰুদ্ধে থকা D ভোটাৰ নাথাকিব। দীৰ্ঘদিন ধৰি কোঁচ ৰাজবংশীসকলে বহু কষ্ট কৰি আছিল। অৱশেষত আজি কেবিনেটত এই সিদ্ধান্ত লোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam-GovtCabinet MetingGovernment Cabinet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post

মেষ-সিংহসহ ৩ ৰাশিৰ জিলিকিব ভাগ্য, বুধৰ ট্ৰেনজিতে কৰিব সকলো সলনি

খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?

খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.