• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

1 year ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

1 hour ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

2 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

3 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

4 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

4 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

17 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

18 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

18 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

19 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

19 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

20 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

editor by editor
May 7, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

পূৰ্বেই ঘোষণা কৰিছিল আজি ৭ মে’ তাৰিখে সমগ্ৰ দেশত বাজিব মকড্ৰিল। দেশৰ বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত ২৫৯ স্থানত বাজিব মকড্ৰিল বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। পাছে তাৰে মাজতে মাজনিশা হঠাতে ভাৰত চৰকাৰে অতৰ্কীতে আক্ৰমণ চলাই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত।

পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই অতৰ্কীতে চলোৱা এই এয়াৰষ্ট্ৰাইক আক্ৰমণক ২৬ নিহতৰ পত্নী সকলৰ সেন্দুৰৰ নামত এই অভিযানক নাম দিয়া হয় অপাৰেচন সিন্দুৰ। খবৰ অনুসৰি, এই অপাৰেচন সেন্দুৰত বৰ্তমানলৈ নিহত ১০০ৰো অধিক সন্ত্ৰাসবাদী।

আজি বিয়লিলৈ এতিয়া বাজিব মকড্ৰিলো। এক যুদ্ধৰ পৰিৱেশে এতিয়া বিৰাজ কৰিছে সমগ্ৰ দেশতে। জনসাধাৰণত সজাগ কৰাৰ উদ্দেশ্যে দেশৰ লগতে একেলগে অসমৰ ২০খন জিলাত বাজি উঠিব চাইৰেন।

বিয়লি ৪বজাৰ লগে লগে ২০জিলাত হ’ব মকড্ৰিল। এই মকড্ৰিল সন্দৰ্ভত জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ জাননী। মুখ্য সচিবেৰে জিলা আয়ুক্তৰ বৈঠকত লোৱা হ’ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

মকড্ৰিলত উপস্থিত থাকিব SDRF, NDRF, চিভিল ডিফেন্সৰ বিষয়া। গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে জৰুৰী নিৰ্দেশনা।

অসমৰ কোন কোন ঠাইত যুদ্ধৰ আখৰা কৰিব ভাৰতীয় সেনাই? গুৱাহাটীৰ কাহিলীপাৰাত বাজিব চাইৰেন, ইয়াৰ উপৰি বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত হ’ব যুদ্ধৰ অনুশীলন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mock DrillMockdrillOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?
বাণিজ্য

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
Next Post
সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

পঞ্চায়ত নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ৯.৩০ বজালৈ কিমান পৰিল ভোট

পঞ্চায়ত নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ৯.৩০ বজালৈ কিমান পৰিল ভোট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.