• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লণ্ডনৰ বজাৰত অসমৰ উৰহী…

লণ্ডনৰ বজাৰত অসমৰ উৰহী…

3 years ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

4 minutes ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

26 minutes ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

1 hour ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

2 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

3 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

4 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

4 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

5 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

6 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

6 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লণ্ডনৰ বজাৰত অসমৰ উৰহী…

editor by editor
January 17, 2024
in অসম
0
লণ্ডনৰ বজাৰত অসমৰ উৰহী…
0
SHARES
374
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ- মাঘ বিহুৰ বতৰত অসমৰ কৃষিখণ্ডৰ পৰা আহিল এক আশাৰ বতৰা। পহিলা মাঘতে অসমৰ পৰা বিদেশলৈ ৰপ্তানি হ’ল ১হাজাৰ কেজি উৰহী। অসমৰ পথাৰত জৈৱিকভাৱে উতপাদিত এই উৰহীখিনি কৃষি বিভাগে লণ্ডনলৈ ৰুপ্তানি কৰে। এই সুখবৰটো কৃষিমন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে সকলোকে অৱগত কৰে।

কৃষিমন্ত্ৰীগৰাকীয়ে এই খবৰটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখে-  ”পহিলা মাঘৰ দিনটোত আমাৰ কৃষি খণ্ডৰ বাবে এক অত্যন্ত সুখবৰ! শিৱসাগৰ জিলাৰপৰা দ্বিতীয়বাৰৰ বাবে বিদেশৰ বজাৰলৈ ১,০০০ কেজি উৰহীৰ ৰপ্তানি। অসমৰ কৃষক বন্ধুসকলৰ বাবে অতি উৎসাহজনক আৰু আনন্দৰ বতৰা যে- প্ৰথম পৰ্যায়ত ৫০০ কেজি উৰহী ৰপ্তানি কৰাৰ পাছত খুব কম সময়ৰ ভিতৰতে আজি দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে উৎপাদন কৰা ১,০০০ কেজি উৰহী লণ্ডনৰ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়।

এই আনন্দৰ ক্ষণত দিহিংপৰীয়া মাষ্টাৰ্ড কৃষক গোটটিক উৰহী উৎপাদনত বিশেষভাৱে সহযোগ কৰা অসম চৰকাৰৰ উদ্যানশস্য বিভাগৰ বিষয়া, শিৱসাগৰ জিলা কৃষি বিভাগ, এপাৰ্টৰ সংশ্লিষ্ট বিষয়াসকল আৰু কৃষক উৎপাদক গোটটিৰে জড়িত প্ৰতিগৰাকী কৃষকক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খেতিপথাৰলৈ নতুন উৎসাহৰে আমাৰ কৃষকসকল ওলাই আহক। শস্য ৰপ্তানিৰ এই ধাৰা অনাগত দিনসমূহত অধিক বৃদ্ধিৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি ৰাজ্যখনৰ কৃষি অৰ্থনীতিত এক নতুন বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হ’ম বুলি দৃঢ় বিশ্বাসী।”
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ কৃষি বিভাগৰ দ্বাৰা সময়ে সময়ে বিদেশলৈ জৈৱিক পদ্ধতিৰে উতপাদিত বিভিন্ন সামগ্ৰী ৰপ্তানি হৈ আহিছে। কিছুদিনৰ পূৰ্বে বহু হাজাৰকেজি ৰঙালাউ বিদেশৰ বজাৰলৈ ৰপ্তানি কৰিছিল কৃষি বিভাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
Next Post
APSCৰ প্ৰথম স্থানত উজ্বলিল ৰাচিকা আৰু ৰোহিত…

APSCৰ প্ৰথম স্থানত উজ্বলিল ৰাচিকা আৰু ৰোহিত...

মুক্তহস্তে দানঃ ৰাম মন্দিৰৰ দানপাত্ৰত প্ৰতিদিনাই জমা হৈছে নগদ ৪লাখ টকা…

মুক্তহস্তে দানঃ ৰাম মন্দিৰৰ দানপাত্ৰত প্ৰতিদিনাই জমা হৈছে নগদ ৪লাখ টকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.