• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

editor by editor
January 3, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
২০২৬ চনৰ প্ৰথম শনিবাৰ ন্যায়বিচাৰ আৰু কৰ্মৰ গ্ৰহ শনিদেৱৰ উদ্দেশ্যে উছৰ্গিত৷ বছৰৰ প্ৰথম শনিবাৰে চন্দ্ৰ-বুধৰ ৰাশি মিথুন ৰাশিত গমন কৰিছে৷ ইয়াৰোপৰি ব্ৰহ্ম যোগ আৰু ইন্দ্ৰ যোগৰ শুভ সংমিশ্ৰন তৈয়াৰ হৈছে, যিয়ে দিনটোৰ তাৎপৰ্য আৰু বঢ়াই তুলিছে৷ ৩ জানুৱাৰীত সিংহ, বৃশ্চিক আৰু কুম্ভ ৰাশিৰ জন্মগ্ৰহণকাৰীয়ে এই শুভ যোগৰ পৰা উপকৃত হব৷ অতীতৰ কামসমূহ উন্নত কৰাৰ বাবে আৰু অসমাপ্ত কাম সম্পন্ন কৰাৰ বাবে চেষ্টা কৰিব৷ ইয়াৰোপৰি কিছু ৰাশিৰ জাতক জাতিকাই শনিৰ কৃপাত সম্পদ অৰ্জনৰো সম্ভাৱনা আছে৷ কাৰ ভাগ্যত কি আছে জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাই ২০২৬ চনৰ প্ৰথম শনিবাৰে ভগৱান শনিৰ আশীৰ্বাদ পাব আৰু দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহে গতি পাব৷ আপুনি আপোনাৰ পাৰিবাৰিক দায়িত্বসমূহ ভালধৰণে পালন কৰিব আৰু সকলোৰে চাহিদাৰ যত্ন ল’ব৷ শনিৰ আশীৰ্বাদত আপুনি ঘৰ বা যানবাহনৰ মালিক হোৱাৰ সপোন পূৰণ হব পাৰে৷ আপুনি কৰ্মক্ষেত্ৰত সাফল্যৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে সেই কাঙ্ক্ষিত ফলাফল শীঘ্ৰেই পাব৷ পেছাদাৰ আৰু ব্যৱসায়ীসকলৰ বাবে দীৰ্ঘদিন ধৰি ৰৈ থকা প্ৰকল্পসমূহ পুনৰ্বিবেচনা কৰাও হব পাৰে৷ আপোনাৰ কামৰ পদ্ধতিত সৰু সৰু পৰিবৰ্তন কৰি আপুনি কম পৰিশ্ৰমতেই কামসমূহ সম্পন্ন কৰিব পাৰে৷

মিথুন ৰাশি

২০২৬ চনৰ প্ৰথম শনিবাৰে শনিদেৱৰ আশীৰ্বাদত মিথুন ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ জীৱনত বহু ইতিবাচক পৰিবৰ্তন দেখা পাব৷ সম্পৰ্কৰ তিক্ততা ধীৰে ধীৰে দূৰ হব৷ এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীয়ে কিছুদিন ধৰি নতুন চাকৰি বিচাৰি থাকিলে সেই আকাংশিত চাকৰি লাভ কৰিব৷ আপোনাৰ ব্যক্তিগত আৰু পেছাগত জীৱনত আপুনি সময় নষ্ট নকৰি আগুৱাই যাওক৷ মিথুন ৰাশিৰ জাতক জাতিকাই আজি অতীতৰ কামসমূহ উন্নত কৰাৰ আৰু অসমাপ্ত কামসমূহ সম্পন্ন কৰাৰ চেষ্টা কৰিব৷

সিংহ ৰাশি

২০২৬ চনৰ প্ৰথম শনিবাৰে, সিংহ ৰাশিৰ জাতক জাতিকাই শনিদেৱৰ আশীৰ্বাদত বহু দীৰ্ঘ প্ৰতীক্ষিত কাম সম্পন্ন কৰিব পাৰিব৷ সন্তান আৰু পিতৃ-মাতৃৰ স্বাস্থ্য ঠিকে থাকিব৷ শনিদেৱৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকৰ বোধগম্যতা আৰু কথন শৈলীৰ বিকাশ ঘটিব৷ যদি আপোনাৰ কোনো ব্যৱসায় থাকে তেন্তে আপুনি ভাল লাভ দেখা পাব৷ সিংহ ৰাশিৰ জাতক জাতিকাই আজি আৰ্থিক লাভৰ বাবে নতুন পথ বিচাৰি পাব আৰু চাৰিওপাশে ইতিবাচক পৰিবেশ দেখা পাব৷

বৃশ্চিক ৰাশি

২০২৬ চনৰ প্ৰথম শনিবাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ জীৱনত উন্নতি হব৷ এই জাতকৰ চিন্তাভাৱনা আধ্যাত্মিকতাৰ দিশত উছাহ বাঢ়িব৷ আপুনি আপোনাৰ জীৱনত আধ্যাত্মিকতা আৰু বস্তুবাদৰ ভাৰসাম্য বজায় ৰখাৰ চেষ্টা কৰিব আৰু আপোনাৰ আচৰণত সৰলতা আৰু স্বাচ্ছন্দ্য অনাৰ চেষ্টা কৰিব৷ আপুনি পেছাদাৰ ক্ষেত্ৰত স্বীকৃতি আৰু সন্মান পাব পাৰে৷ আপোনাৰ সুখ দ্বিগুণ হব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাই ২০২৬ চনৰ প্ৰথম শনিবাৰে শনিদেৱৰ আশীৰ্বাদত আনন্দ আৰু বাঢ়িব৷ আপোনাৰ অপ্ৰত্যাশিতভাৱে কোনো পুৰণি বন্ধুৰ সৈতে দেখা সাক্ষাৎ হব পাৰে৷ আপুনি যদি ভাল চাকৰি বিচাৰি আছে তেন্তে সেয়া লাভ কৰিব৷ ইতিবাচক চিন্তাৰে উদ্ভাসিত হৈ থাকিব৷ আপুনি অন্য ব্যক্তিৰো সমস্যা সমাধান কৰিব পাৰিব৷ ব্যৱসায়ৰ বাবেও আজিৰ দিনটো শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.