• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন

কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন

1 year ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

23 minutes ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

54 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

2 hours ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

18 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

19 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

19 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

20 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

21 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

21 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

22 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

22 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন

editor by editor
February 23, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন

অৰবিন্দ কেজৰিৱাল নহয়, দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে আতিশী। লগতে সোমবাৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব দিল্লীৰ বিধানসভাৰ অধিৱেশন। আজি দেওবাৰে আম আদমি পাৰ্টি বিধানসভা পাৰ্টিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই বৈঠকত অৰবিন্দ কেজৰিৱাল, আতিশী, গোপাল ৰায়কে ধৰি দলৰ আন বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে। আম আদমী পাৰ্টিৰ সকলো বিধায়কে এই সভাত অংশগ্ৰহণ কৰে।

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি গোপাল ৰায়ে কয় যে আতিশী বিৰোধীৰ নেতা হ’ব। সকলো বিধায়কে তেওঁক নিৰ্বাচিত কৰিছে। আতিশী দিল্লীৰ মুখ্যমন্ত্ৰীও হৈ আহিছে।

বিৰোধী দলপতি নির্বাচিত হোৱাৰ পাছত আতিশীয়ে কয় যে দিল্লীৰ জনসাধাৰণে আম আদমী পাৰ্টিক বিৰোধীৰ ভূমিকা দিছে৷ গতিকে আমাৰ প্ৰধান কাম সকলো প্ৰতিশ্ৰুতি পূৰণ হৈছে নে নাই। লগতে অহা ৮ মাৰ্চত মহিলাৰ একাউণ্টত জমা হ’ব ২৫০০ টকা। এই প্ৰতিশ্ৰুতি পূৰণ কৰাটোৱেই হ’ব আমাৰ এজেণ্ডা।

উল্লেখ্য যে, দিল্লী বিধানসভাৰ প্ৰথম অধিৱেশন ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব। বিজেপি চৰকাৰে কয় যে পূৰ্বৰ আপ চৰকাৰৰ কাম-কাজৰ বিৰুদ্ধে বাকী থকা কেগৰ প্ৰতিবেদন সদনত দাখিল কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhidelhi governmentdelhi govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!
বিনোদন

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

March 25, 2026
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!
জীৱনশৈলী

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

March 25, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

March 25, 2026
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
Next Post
অদৰকাৰী যদিও ৰেকৰ্ড, ভাৰতীয় দলে নিবিচৰা সত্তেও গঢ়িলে এক বিশ্ব অভিলেখ

অদৰকাৰী যদিও ৰেকৰ্ড, ভাৰতীয় দলে নিবিচৰা সত্তেও গঢ়িলে এক বিশ্ব অভিলেখ

মহাশিৱৰাত্ৰীত কৰক এই উপায়, দূৰ হৈ থাকিব সকলো সমস্যা

মহাশিৱৰাত্ৰীত কৰক এই উপায়, দূৰ হৈ থাকিব সকলো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.