• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!

পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

6 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

7 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

8 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

9 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

9 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

10 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

10 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

12 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

12 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

13 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

14 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!

editor by editor
September 13, 2022
in বিশ্ব
0
পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়াৱহ বানৰ কবলত পৰিছে ভাৰতৰ চুবৰীয়া দেশ পাকিস্তান৷ বিধ্বংসী বানত বিধ্বস্ত পাকিস্তানলৈ বহু বিদেশী ৰাষ্ট্ৰই বান সাহায্য প্ৰদান কৰিছে৷

ইয়াৰ মাজতে বান বিধ্বস্ত পাকিস্তানত ধৰ্মীয় সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰাৰ বাতৰি আহিছে৷ প্ৰকাশিত খবৰ অনুসৰি বান বিধ্বস্ত পাকিস্তানত হিন্দুসকলক বান সাহায্য পৰা বঞ্চিত কৰাৰ লগতে শিবিৰতো স্থান নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি কেৱল মুছলমান বন্যাক্ৰান্তসকলকহে বান শিবিৰত স্থান দিয়াৰ লগতে বান সাহায্য প্ৰদান কৰা হৈছে৷ সংখ্যালঘু হিন্দুসকলে কোনো বান সাহায্য লাভ কৰা নাই বুলিও বাতৰি পৰিৱেশন কৰা হৈছে৷

লগতে পঢ়ক অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

এগৰাকী মুছলমান সাংবাদিকে পাকিস্তানত চলি থকা এই বৈষম্যৰ ছবি উদঙাই দিছে৷ ইতিমধ্যে দেশখনৰ এই বৈষম্যমূলক আচৰণ উদঙাই বাতৰি পৰিৱেশন কৰা সাংবাদিক নছৰল্লাহ গদানীক গ্ৰেপ্তাৰ কৰিছে দেশখনৰ সিন্ধ আৰক্ষীয়ে৷

সাংবাদিক নাছৰল্লাহ গদানীয়ে যোৱা সপ্তাহত সিন্ধৰ মিৰপুৰ মথেলো চহৰৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰিছিল। তেওঁ প্ৰতিবেদখনত বান সাহায্য আৰু বান শিবিৰত স্থান লাভৰ পৰা বঞ্চিত হোৱা হিন্দুসকলৰ যন্ত্ৰণা দেখুৱাইছিল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ব্যাপকৰূপক ভাইৰেল পৰাৰ পাছতে পাকিস্তান চৰকাৰে ভিডিঅ’টো আঁতৰাই পেলাবলৈ বাধ্য কৰোৱায়।

আনহাতে হিন্দুসকলক বঞ্চনা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পাইছে৷ উল্লেখ্য যে পাকিস্তানৰ বিধ্বংসী বানত ১৪০০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩.৫ কোটি লোক গৃহহীন হৈ পৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Atrocities on Hindus in Pakistanaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamPakistan Flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?
জীৱনশৈলী

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

April 9, 2026
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত
ক্ৰীড়া

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

April 8, 2026
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী
জীৱনশৈলী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

April 8, 2026
Next Post
মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?

মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?

সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!

সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.