• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 months ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

12 minutes ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

34 minutes ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

1 hour ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

2 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

2 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

3 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

20 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

20 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

21 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

21 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

22 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

editor by editor
December 17, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
0
SHARES
950
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলষ্টেৰল এক ধৰণৰ চৰ্বীজাতীয় তৈলাক্ত ষ্টেৰয়েড যি কোষৰ চেল মেমব্ৰেনত পোৱা যায়৷ আৰু ই প্ৰাণীৰ ৰক্তত পৰিবাহিত হয়৷ এক সুস্থ শৰীৰৰ বাবে প্ৰচুৰ কলষ্টেৰলৰ প্ৰয়োজন৷ কলষ্টেৰলে কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ই স্নায়ু কোষক ৰক্ষা কৰিবলৈ ভিটামিন আৰু হৰমন তৈয়াৰৰ কাম কৰে৷ হাৰ্ট ভালে ৰখাৰ বাবে কলষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ৷ যেতিয়া কলষ্টেৰলৰ মাত্ৰা ২০০ মিলি গ্ৰাম/ ডেচিলিটাৰতকৈ বেছি হয় তেতিয়া উচ্চ কলষ্টেৰলৰ সমস্যাৰ সন্মুখীন হব পাৰে৷

মানৱ শৰীৰত প্ৰধানত দুই ধৰণৰ কলষ্টেৰল পোৱা যায়৷ উচ্চ ঘনত্বৰ লিপোপ্ৰটিন আৰু নিম্ন ঘনত্বৰ লাইপোপ্ৰটিন কলষ্টেৰল৷ এল ডি এল কলষ্টেৰলক বেয়া কলষ্টেৰল বুলিও কোৱা হয়৷ উচ্চ মাত্ৰাত এল ডি এল কলষ্টেৰল থাকিলে হৃদৰোগৰ সমস্যা বাঢ়ে৷ এনে কিছু অভ্যাস আছে যিয়ে বেয়া কলষ্টেৰল বঢ়াই হৃদৰোগৰ আশংকা বঢ়াব পাৰে৷ সেয়ে অনতিপলমে এইকেইটা অভ্যাস সলনি কৰাৰ প্ৰয়োজনীয়তা আছে৷

ব্ৰেকফাষ্ট নকৰা

বহুতৰে অভ্যাস যে খৰধৰ হলে ব্ৰেকফাষ্ট নকৰে৷ তেনে স্বভাৱৰ ব্যক্তিৰ কলষ্টেৰল হোৱাৰ আশংকা বাঢ়ে৷ গৱেষণাত দেখা গৈছে যে যিসকলে ব্ৰেকফাষ্ট বাদ দিয়ে তেওঁলোকৰ বেয়া কলষ্টেৰলৰ মাত্ৰা বেছি হয়৷ পাৰমেডত প্ৰকাশিত এক গৱেষণা অনুসৰি স্থুল ব্যক্তিৰ যিসকলে ব্ৰেকফাষ্ট বাদ দিছিল, তেওঁলোকৰ কলষ্টেৰলৰ মাত্ৰা বেছি আছিল৷ যিসকলে স্বাস্থ্যকৰ ব্ৰেকফাষ্ট কৰে তেওঁলোকৰ স্বাস্থ্যকৰ কলষ্টেৰলৰ মাত্ৰা বেছি৷

উচ্চ চৰ্বিযুক্ত খাদ্য

পুৱাই ভজা খাদ্য, পেষ্ট্ৰি, প্ৰক্ৰিয়াজাত মাংস বা ফাষ্ট ফুড খালে কলষ্টেৰল বাঢ়িব পাৰে৷ ইয়াৰ কাৰণ হৈছে এই খাদ্যসমূহত চেছুৰেটেড ফেট আৰু ট্ৰান্স ফেট বেছি থাকে৷ যিয়ে শৰীৰত বেয়া কলষ্টেৰল দ্ৰুত হাৰত বঢ়াই দিয়ে৷ গৱেষণাত আৰু দেখা গৈছে যে এই অস্বাস্থ্যকৰ চৰ্বিযুক্ত ব্ৰেকফাষ্ট খালে হৃদৰোগৰ আশংকা বাঢ়িব পাৰে৷

পুৱাই মানসিক চাপত থকা

পুৱাই অতিৰিক্ত মানসিক চাপত থাকিলে শৰীৰত ষ্ট্ৰেচ হৰমনৰ মাত্ৰা বঢ়াই দিয়ে৷ ই চৰ্বি বিপাকক ব্যাহত কৰে আৰু বেয়া কলষ্টেৰল বঢ়াই দিয়ে৷ গৱেষণাৰ পৰা জনা গৈছে যে প্ৰতিদিনে পুৱাই মানসিক চাপ ল’লে প্ৰদাহ বাঢ়িব পাৰে৷ যিয়ে হৃদৰোগৰ আশংকা বঢ়াই দিয়ে৷

শাৰীৰিক কাৰ্যকলাপ নকৰা

পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত যদি আপুনি একেবাৰে লৰচৰ নকৰে তেতিয়াও কলষ্টেৰলৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ খোজ কঢ়া, ষ্ট্ৰেচিঙৰ দৰে পাতল ব্যয়ামেও ভাল কলষ্টেৰল বঢ়াব আৰু বেয়া কলষ্টেৰলৰ ভাৰসাম্য বজায় ৰখাত সহায়ক হয়৷ কেইবাটাও গৱেষণাত দেখা গৈছে যে পুৱাই ব্যায়াম কৰিলে শৰীৰত কলষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷

পৰ্যাপ্ত টোপনি নোহোৱা

টোপনিৰ সৈতে কলষ্টেৰলৰ সম্পৰ্ক আছে৷ কম টোপনি বা প্ৰতিদিনে ভিন্ন ভিন্ন সময়ত টোপনি গলে শৰীৰৰ জৈৱিক ঘড়ী ব্যাহত হয়৷ যিয়ে ফলস্বৰূপে কলষ্টেৰলৰ ওপৰত প্ৰভাৱ পেলায়৷ কেইবাটাও গৱেষণাত দেখা গৈছে যে যিসকলে পৰ্যাপ্ত টোপনি নামাৰে বা টোপনিৰ ৰুটিন অনিয়মিত তেওঁলোকৰ বেয়া কলষ্টেৰলৰ মাত্ৰা বেছি আৰু ভাল কলষ্টেৰলৰ মাত্ৰা কম থাকে৷

(সজাগতাৰ বাবে এই নিউজ লিখা হৈছে৷ সবিশেষ জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লওত৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প
জীৱনশৈলী

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

March 12, 2026
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

March 12, 2026
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?
জীৱনশৈলী

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

March 12, 2026
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?
জীৱনশৈলী

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

March 12, 2026
Next Post
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.