• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?

৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?

2 years ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

52 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?

editor by editor
January 31, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?
0
SHARES
8.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যিমানেই দিন বাঢ়িছে অযোধ্যাৰ ৰাম মন্দিৰত দৰ্শনাৰ্থীৰো ভীৰ বাঢ়িছে। পুণ্যাৰ্থীয়ে ৰামৰ দৰ্শন কৰাৰ ওপৰিও ৰাম মন্দিৰৰ বাবে দুহাত উজাৰি অনুদানো দিছে। ৰামৰ চৰণ টকাৰ পাহাৰেৰে প্ৰতিদিনেই ঢাক খাই পৰে। নিশাৰ ভিতৰতে লাখ লাখ টকা কৰ্তৃপক্ষই সেই স্থানৰ পৰা স্থানান্তৰো কৰিব লগা হয়। যিমানেই দিন বাঢ়িছে সিমানেই অযোধ্যাৰ ৰাম মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ উপচি পৰিছে। মন খুলি ৰামলালাৰ চৰণত দান কৰিছে ভক্তসকলে। অনলাইন, অফলাইন দুটা প্ৰক্ৰিয়াতেই ৰাম মন্দিৰত অনুদান জমা হৈছে।

বৰ্তমান পৰ্যন্ত কিমান কিমান ধন দানপাত্ৰত সোমাইছে?

ৰামলালাৰ মন্দিৰ উদ্বোধন কৰা হৈছে ২২ জানুৱাৰীত। প্ৰাণ প্ৰতিষ্ঠাৰ পাছৰ দিনটোত অৰ্থাৎ ২৩ জানুৱাৰীৰ পৰা সাধাৰণ ভক্তসকলৰ উদ্দেশ্যে মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে। সেইদিনাই ৰামলালাৰ চৰণত জমা হৈছে মুঠ ২কোটি ৯০লাখ অনুদান। ২৪ জানুৱাৰীত ভক্তই দান কৰিছে প্ৰায় ২কোটি ৪৩ লাখ টকা। ২৫ জানুৱাৰীত অনুদান হিচাপে জমা হৈছে ৮লাখ ৫০হাজাৰ টকা। গণৰাজ্য দিৱসৰ দিনটোতো পুৱাৰে পৰা অযোধ্যাত মানুহৰ ঢল নামিছে। সেইদিনাই ৰামলালাৰ অনুদান বক্সত জমা হৈছে ১৫লাখ টকা। ইয়াৰপাছতেই ২৭ জানুৱাৰী ৰাম মন্দিৰ ট্ৰাষ্টত জমা হৈছে ১৩ লাখ টকাৰ চেক আৰু ৮লাখ নগদ ধন। ২৮ জানুৱাৰীত কেৱল নগদেই অনুদান আহিছে ১২লাখ। ২৯ জানুৱাৰীত ভক্তই দান কৰিছে ৭লাখ টকাৰ চেক আৰু ৫লাখ নগদ।

২৩জানুৱাৰী- ৫লাখ
২৪জানুৱাৰী- ২.৫ লাখ
২৫জানুৱাৰী- ২লাখ
২৬ জানুৱাৰী- ৩.৫লাখ
২৭ জানুৱাৰী- ২.৫লাখ
২৮ জানুৱাৰী- ৩.২৫লাখ

এইসমূহৰ ওপৰিও ৰাম মন্দিৰৰ প্ৰণামী বক্সতো প্ৰতিদিনে হাজাৰ হাজাৰ ধন জমা হৈছে। অনুমান অনুসৰি প্ৰতিদিনে সেই দানপাত্ৰত প্ৰায় ৩লাখ টকাৰ অনুদান আহিছে। মন্দিৰৰ মুঠ ৬টা প্ৰণামী কাউণ্টাৰত আছে ৪টা দানপাত্ৰ। অৰ্থাৎ ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ খোলাৰ পৰা বৰ্তমান পৰ্যন্ত মুঠ ৭কোটি ৫৩লাখ টকাৰো বেছি অনুদান জমা হৈছে ৰামলালাৰ নামত।

২৩ জানুৱাৰী- ২কোটি ৯০লাখ
২৪জানুৱাৰী- ২কোটি ৪৩লাক
২৫ জানুৱাৰী- ৮লাখ ৫০হাজাৰ
২৬ জানুৱাৰী- ১কোটি ১৫লাখ
২৭জানুৱাৰী- ২১ লাখ
২৮ জানুৱাৰী- ১২ লাখ
২৯ জানুৱাৰী- ১২ লাখ

৯দিনত মুঠ কিমান ভক্তৰ সমাগম হৈছে অযোধ্যাৰ ৰামমন্দিৰত?
ৰাম মন্দিৰৰ দুৱাৰ সাধাৰণ মানুহৰ বাবে খুলি দিয়াৰ পাছতেই মুঠ ৯দিনত ১৯লাখ দৰ্শনাৰ্থীয়ে ৰামলালাৰ দৰ্শন কৰিছে। প্ৰতিদিনে গড়ে ২লাখ ভক্ত সমাগম হৈছে অযোধ্যাৰ ৰাম মন্দিৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য

ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য

সেই অদেখা অধ্যায়, সঁচাৰ আঁৰৰ মিছা, নে মিছাৰেই সঁচাক গাপ দিয়াৰ চেষ্টা? ইন্দ্ৰাণী মুখাৰ্জীয়ে মুক্তি দিছে বিশেষ ৱেবচিৰিজ

সেই অদেখা অধ্যায়, সঁচাৰ আঁৰৰ মিছা, নে মিছাৰেই সঁচাক গাপ দিয়াৰ চেষ্টা? ইন্দ্ৰাণী মুখাৰ্জীয়ে মুক্তি দিছে বিশেষ ৱেবচিৰিজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.