• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য

ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য

2 years ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

39 seconds ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

3 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

3 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

4 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

4 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

19 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

19 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

20 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

21 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

21 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য

editor by editor
January 31, 2024
in ভাৰত
0
ফেব্ৰুৱাৰীতেই ধনিষ্ঠা নক্ষত্ৰত আহিব সূৰ্য, সুখ-সাফল্যত চমকি উঠিব ৪ৰাশিৰ ভাগ্য
0
SHARES
14.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰত প্ৰতিটো গ্ৰহৰ নিজস্ব গুৰুত্ব আছে। জ্যোতিষ অনুসৰি সূৰ্যক নৱগ্ৰহৰ ৰজা বুলি কোৱা হয়। সূৰ্যই যাৰ কোষ্ঠীত ভাল অৱস্থান কৰিছে সেই ব্যক্তিয়ে জীৱনত সাফল্য আৰু প্ৰতিপত্তি লাভ কৰে। সেয়ে সূৰ্যই যেতিয়া ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া ইয়াৰ প্ৰভাৱ ৰাশিচক্ৰৰ প্ৰতিটো ৰাশিৰ জাতকৰ ওপৰত পৰে। ফেব্ৰুৱাৰী মাহত সূৰ্যই যেতিয়া ৰাশি আৰু নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া ইয়াৰ প্রভাৱ ৰাশিচক্ৰৰ প্ৰতিটো ৰাশিৰ জাতকৰ ওপৰত পৰে। আগন্তুক ৭ফেব্ৰুৱাৰীত সূৰ্যই ধনিষ্ঠা নক্ষত্ৰত গোচৰ কৰিব। ধনিষ্ঠাত সূৰ্যৰ প্ৰৱেশৰ ফলত সৌভাগ্যৰ পোহৰ পৰিব ৪ৰাশিৰ জাতকৰ জীৱনত। চাই লওক সূৰ্যই ধনিষ্ঠাত গোচৰ কৰিলে কি কি ৰাশিৰ জাতক লাভৱান হ’ব?

কুম্ভ ৰাশি
সূৰ্য ধনিষ্ঠা নক্ষত্ৰলৈ আহিলে শুভ ফল পাব কুম্ভ ৰাশিৰ জাতকে। এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি সূৰ্যৰ শুভ প্রভাৱত বিদেশত পঢ়াশুনা কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পৰিব। সূৰ্যদেৱৰ আশীৰ্বাদত এই সময়ত সকলো কামতেই সফল হ’ব কুম্ভ ৰাশিৰ জাতক।

বৃশ্চিক ৰাশি
ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰি সূৰ্যই সুখ, সৌভাগ্য কঢ়িয়াই আনিব বৃশ্চিক ৰাশিৰ জাতকলৈ। এই সময়ত আপুনি সকলো কামতে সফলতা লাভ কৰিব। সূৰ্যৰ প্ৰভাৱত এই সময়ত কৰ্মক্ষমতা বহু পৰিমানে বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতকে। কাৰ্যালয়ত সকলোৰে সহযোগিতা আৰু সন্মান লাভ কৰিব। ছিনিয়ৰসকলৰ পৰা কোনো ভাল খবৰ পাব পাৰে। ৰাজনীতিৰ সৈতে যুক্ত হৈ থকাসকলৰো সপোন পূৰণ হ’ব।

তুলা ৰাশি
জ্যোতিষ গণনা অনুসৰি সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনে বেছ শুভ আৰু লাভজনক ফল কঢ়িয়াই আনিব তুলা ৰাশিৰ জাতকৰ বাবে। এই সময়ত সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। কেৰিয়াৰত হঠাৎ ডাঙৰ সাফল্য লাভ কৰিব। কেৱল সেয়াই নহয়, পৰিয়ালৰ সদস্যসকলৰ সৈতে প্ৰয়োজনীয় সাহায্য লাভ কৰিব। নিজৰ প্ৰতিভাৰ বিকাশ ঘটাব পাৰিব তুলা ৰাশিৰ জাতকে।

মকৰ ৰাশি
ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰৰ ফলত ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সৌভাগ্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বৃদ্ধি পাব। কেৰিয়াৰত উল্লেখযোগ্য পৰিবৰ্তন দেখা যাব। ইয়াৰোপৰি চাকৰিয়ালসকলৰ প্ৰমোছনৰ যোগ আছে। ইয়াৰ ফলত উপাৰ্জনো বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!
বিনোদন

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

June 25, 2026
Next Post
সেই অদেখা অধ্যায়, সঁচাৰ আঁৰৰ মিছা, নে মিছাৰেই সঁচাক গাপ দিয়াৰ চেষ্টা? ইন্দ্ৰাণী মুখাৰ্জীয়ে মুক্তি দিছে বিশেষ ৱেবচিৰিজ

সেই অদেখা অধ্যায়, সঁচাৰ আঁৰৰ মিছা, নে মিছাৰেই সঁচাক গাপ দিয়াৰ চেষ্টা? ইন্দ্ৰাণী মুখাৰ্জীয়ে মুক্তি দিছে বিশেষ ৱেবচিৰিজ

ডেৰ কোটিৰ ফ্লেট, দামী বাহন, গৰু, মাটি ইত্যাদি ইত্যাদি, ২৬ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কিমান সম্পত্তিৰ গঢ়িছে নীতিশ কুমাৰে?

ডেৰ কোটিৰ ফ্লেট, দামী বাহন, গৰু, মাটি ইত্যাদি ইত্যাদি, ২৬ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কিমান সম্পত্তিৰ গঢ়িছে নীতিশ কুমাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.