• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

3 months ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

17 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

52 minutes ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

2 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

3 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

4 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

5 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

5 hours ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

7 hours ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

14 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

15 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ'ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

editor by editor
May 20, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জগন্নাথ, ৰামেশ্বৰম, দ্বাৰকা, আৰু বদ্ৰীনাথ হৈছে ভাৰতৰ চাৰি ধাম। এই ধামকেইকন দৰ্শন কৰিলে জীৱনৰ সকলো দুখ দূৰ হয় বুলি বিশ্বাস কৰা হয়। যদি আপুনি গুৱাহাটীৰ পৰা তীৰ্থ ভ্ৰমণ কৰিবলৈ যাম বুলি ভাবিছে, তেন্তে উত্তৰাখণ্ডৰ বদ্ৰীনাথ ধাম কম মূল্যত দৰ্শন কৰিবলৈ যাব পাৰে। মাথোঁ আপুনি সঠিক পৰিকল্পনা কৰিব জানিব লাগিব। আজি সেই বিষয়ে এই লেখাটোত উল্লেখ কৰিম…

ইয়াৰ বাবে আপুনি গুৱাহাটীৰ পৰা ৰে’লেৰে প্ৰথম হৰিদ্বাৰ বা ঋষিকেশলৈ যাওক। ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গংগা নদীৰ পাৰত অৱস্থিত এখন সুন্দৰ আৰু বিখ্যাত চহৰ ঋষিকেশ। ই আধ্যাত্মিকতা, দুঃসাহসিক ক্ৰীড়া, প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত।

আপুনি প্ৰতি নিশা ৫০০ৰ পৰা ১৫০০ টকাত হোষ্টেল, বা গেষ্ট হাউছত থাকিব পাৰে। তাত নিৰামিষ খাদ্য খোৱাটো আপোনাৰ বাবে অন্যতম শ্ৰেষ্ঠ সিদ্ধান্ত। প্ৰথম দিনা ৰাম ঝুলাত যাওক। এই ওলমি থকা দলঙৰ পৰা গংগা নদীৰ সুন্দৰ দৃশ্য দেখা যায়। ইয়াৰ পিছত পাৰমাৰ্থ নিকেতন আৰু যোগ নিকেতনলৈ যাওক, য’ত আপুনি যোগ আৰু ধ্যানত অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ পিছত দুঃসাহসিক কাৰ্যকলাপ উপভোগ কৰক। ৰিভাৰ ৰাফটিং, বাঞ্জি জাম্পিং, ক্লিফ জাম্পিং, ট্ৰেকিং আদিৰ ব্যৱস্থা আছে। ৰিভাৰ ৰাফটিঙত প্ৰতিজন ব্যক্তিৰ বাবে ৫০০ৰ পৰা ১৫০০ টকা খৰচ হ’ব পাৰে। সেয়া আপোনাৰ নিজৰ সিদ্ধান্ত। সন্ধিয়া গংগা আৰতিৰ সাক্ষী হ’বলৈ ত্ৰিবেণী ঘাটলৈ যাওক। চাকি আৰু ভজন সংগীতৰ পৰিৱেশে মনোমোহা।

ইয়াৰ পিছত দ্বিতীয় দিনা বাছেৰে বদ্ৰীনাথলৈ আহক। যদি পৰিয়ালৰ সৈতে গৈছে তেন্তে শ্বেয়াৰিং টেক্সিও ল’ব পাৰে। মূল পথটোৱে দেৱপ্ৰয়াগ, ৰুদ্ৰপ্ৰয়াগ, কৰ্ণপ্ৰয়াগ, নন্দপ্ৰয়াগ আৰু যোশীমঠৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহ সামৰি লৈছে। যাৰ ফলত ভগৱান বদ্ৰিনাথ দৰ্শন কৰিবলৈ প্ৰায় ২৯৭-৩২০ কিলোমিটাৰ পথ যাত্ৰা কৰিব লাগে। বাছেৰে প্ৰায় ১১-১২ ঘণ্টা সময় লাগে। এই যাত্ৰাৰ সময়ত বহুতো মনোমোহা দৃশ্য আৰু ধৰ্মীয় স্থান দেখিবলৈ পোৱা যাব। বিশেষকৈ দুৱাৰ খোলাৰ সময় এপ্ৰিল/মে’। ভ্ৰমণৰ সময়ত বতৰৰ কথা মনত ৰাখিব।

বদ্ৰীনাথত প্ৰথম দিনা বদ্ৰীনাথত এখন হোটেল বিচাৰি উলিয়াওক আৰু জিৰণি লওক। লংগাৰৰ সুবিধাও আছে য’ত খাব পাৰিব। দ্বিতীয় দিনা ৰাতিপুৱাই মন্দিৰলৈ গৈ তপ্ত কুণ্ডত গা স্নান কৰক, তাৰ পিছত ওচৰৰ মানা গাঁও, ব্যাস গুহা, ভীমা দলং আৰু বসুধৰা জলপ্ৰপাতৰ দৰে আকৰ্ষণীয় স্থানসমূহ পৰিদৰ্শন কৰি সন্ধিয়াৰ ভিতৰত উভতি আহিব। যাৰ ফলত গুৰুত্বপূৰ্ণ স্থানসমূহ কম সময়তে আৱৰি ল’ব পাৰিব।

উল্লেখ্য যে, বতৰ ঠাণ্ডা হৈ থকাৰ বাবে গৰম কাপোৰ, জেকেট, টুপী, ছানস্ক্ৰীণ লৈ যাব লাগে। ইয়াৰোপৰি আৰামদায়ক আৰু ট্ৰেকিং কৰিব পৰা জোতা পিন্ধিব। আপোনাৰ ওচৰত ঔষধ আৰু প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী আপোনাৰ লগত ৰাখক। এই ভ্ৰমণৰ বাবে এপ্ৰিলৰ পৰা জুন আৰু ছেপ্টেম্বৰ-অক্টোবৰলৈকে ভ্ৰমণৰ বাবে উত্তম সময়, আনহাতে বাৰিষাত (জুলাই-আগষ্ট) ভূমিস্খলনৰ প্ৰৱণতা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে
জীৱনশৈলী

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

September 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

September 1, 2026
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
ভাৰত

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

September 1, 2026
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!
জীৱনশৈলী

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

September 1, 2026
Next Post
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়'টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.