• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

4 years ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 minutes ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

26 minutes ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

1 hour ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

2 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

3 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

3 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

4 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

4 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

6 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

7 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

editor by editor
July 8, 2022
in অসম, ভাৰত, ৰাজনীতি
0
বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী তথা ধুবুৰী সমষ্টিৰ লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ পূৰ্ব পুৰুষ বংগমূলীয় মুছলমান নহয় হিন্দুহে আছিল৷ এই বাদী কৰিছে খোদ লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলে৷

সংবাদ মাধ্যমৰ আগত বৰুদ্দিন আজমলে কয়, ‘‘মোৰ পূৰ্বপুৰুষসকল হিন্দু আছিল। হিন্দুৰ এটা সৰু দলৰ অত্যাচাৰৰ বাবে মোৰ পূৰ্বপুৰুষসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলগীয়া হৈছিল।’’ অৰ্থাৎ আজমলৰ মতে হিন্দুসকলৰ অত্যাচাৰৰ বাবেই তেওঁৰ পূৰ্বপুৰুষে মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ বাধ্য হৈছিল।

আনহাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু বিজেপিক আক্ৰমণ কৰি আজমলে লগতে কয় যে হিন্দু ৰাষ্ট্ৰৰ এজেণ্ডাক এক ৰাজনৈতিক প্ৰহসনহে৷ আজমলে কয় যে হিন্দু ভোট লাভৰ বাবে তেওঁলোকে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰে।

লগতে পঢ়ক পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

কিছুদিন পূৰ্বে আজমলে আগন্তুক ঈদ উদযাপনৰ সময়ত অসমৰ মুছলমানসকলক গৰু বলি নিদিবলৈ আহ্বান জনাইছিল আৰু অন্য জীৱ-জন্তুক ধৰ্মীয় ৰীতি নীতি পালন কোৰবানি কৰিবলৈ অনুৰোধ জনাইছিল।

আজমলৰ এই আহ্বানে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে যাৰ ফলত ৰাজ্যখনৰ বহু মুছলমান নেতাই আজমলক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত আজমলে কয় যে মই মোৰ হিন্দু ভাইসকলৰ আৱেগক সন্মান কৰিবলৈ আহ্বান জনাইছো। আনকি বহুতো মুছলমান ধৰ্মীয় অনুষ্ঠানে গৰু বলিদানক সমৰ্থন নকৰে। তেওঁৰ মতে, দেশৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দেও কেইবছৰমান পূৰ্বে একেধৰণৰ আহ্বান জনাইছিল।

ইফালে, বদৰুদ্দিন আজমলে বিজেপিক আক্ৰমণ কৰি আহিলেও ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত তেওঁৰ দলে এনডিএ প্ৰাৰ্থীকে সমৰ্থন কৰিব পাৰে। ইতিমধ্যে আজমলে এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰাৰ ইংগিত দিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aiudfasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbadruddin ajmalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
প্ৰৱঞ্চনা গোচৰত জামিন লাভ এসময়ৰ লেডী সিংঘম SI জোনমণি ৰাভাৰ

প্ৰৱঞ্চনা গোচৰত জামিন লাভ এসময়ৰ লেডী সিংঘম SI জোনমণি ৰাভাৰ

ঈদ-উজ-জোহাৰত কোৰবানী দিব পাৰিব নে? কি ক’লে অসম চৰকাৰে?

ঈদ-উজ-জোহাৰত কোৰবানী দিব পাৰিব নে? কি ক’লে অসম চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.