• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

4 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

4 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

5 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

6 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

7 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

8 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

8 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

9 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

11 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

11 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

editor by editor
July 8, 2022
in বিবিধ, ভাৰত
0
পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!
0
SHARES
33.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছ’চিয়েল মিডিয়াত বহু গ্ৰাহকে অভিযোগ কৰিছে যে ভাৰতীয় ষ্টেট বেংকে আগতীয়াকৈ নজনোৱাকৈ প্ৰতিষ্ঠানটোৰ বহু বেংক একাউণ্ট বন্ধ (freeze) কৰি দিছে। অভিযোগ অনুসৰি এই সময় প্ৰায়বোৰ মানুহৰ বাবে দৰমহাৰ সময় আৰু এনে অৱস্থাত একাউন্ট বন্ধ হোৱাৰ বাবে মানুহে নিজৰ ধন উলিয়াব পৰা নাই  আৰু লগতে কোনো ধৰণৰ বিত্তীয় লেনদেনো কৰিব পৰা নাই৷ বেংকে আগতীয়াকৈ অৱগত নকৰাৰ বাবে অধিকাংশ গ্ৰাহকে একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে।

কিন্তু বিত্তীয় প্ৰতিষ্ঠানটোৱে সঁচাকৈয়ে গ্ৰাহক কোনো জাননী জাৰি নকৰাকৈ একাউন্টসমূহ বন্ধ কৰি দিছে নে? আচলতে বেংকে সেই একাউণ্টবোৰ বন্ধ কৰি দিছে, যাৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল।

ইফালে এই অভিযোগ সন্দৰ্ভত বিত্তীয় প্ৰতিষ্ঠানটোৰ এজন উচ্চপদস্থ বিষয়াই জনাই যে পূৰ্বেই গ্ৰাহকসকলক এই বিষয়ে অৱগত কৰা হৈছে। ইয়াৰ পূৰ্বে গ্ৰাহকলৈও পত্ৰও প্ৰেৰণ কৰা হৈছিল। KYC কেৱাইচি সম্পন্ন কৰিবলৈ বেংকে বাৰে বাৰে একাউণ্টৰ গৰাকীক আহ্বান জনাই আহিছিল।

লগতে পঢ়ক কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

কিন্তু একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি SBIৰ লগইন প’ৰ্টেলত KYCৰ আপডেটত গ্ৰাহকক কোনো সাধাৰণ তথ্য বা সতৰ্কবাণী দেখুওৱা হোৱা নাই। যেতিয়া গ্ৰাহকে এটিএম বা অনলাইন লেনদেন কৰিবলৈ চেষ্টা কৰে তেতিয়াহে এই তথ্য গ্ৰাহকে লাভ কৰে।

ইফালে ১ জুলাইৰ পৰা পৰিৱৰ্তিত নিয়মত KYCৰ সন্দৰ্ভত বাৰে বাৰে আপডেট দিয়া হৈছে। ক্ৰমবৰ্ধমান প্ৰৱঞ্চনাৰ বাবে ৰিজাৰ্ভ বেংকেও KYCক নিৰন্তৰভাৱে আপডেট কৰিবলৈ পৰামৰ্শ দি আহিছে।

ইয়াৰ পূৰ্বে ১০ বছৰত এবাৰ বেংকে কেৱাইচি আপডেট কৰিছিল। কিন্তু এতিয়া প্ৰতি তিনি বছৰৰ মূৰে মূৰে KYC আপডেচন হৈ আছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrbisbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.