• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

4 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

4 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

5 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

6 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

7 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

8 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

9 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

9 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

11 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

11 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

editor by editor
July 8, 2022
in বিবিধ, ভাৰত
0
শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক
0
SHARES
72.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আজব প্ৰেমৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা অঞ্চলত৷ সংবাদ মাধ্যমৰ কৃপাত সেই চাঞ্চল্যই এতিয়া সমগ্ৰ দেশজুৰি ছানি ধৰিছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে এজন জোঁৱায়েকে নিজ শাহুৱেকক লগত লৈ পলায়ন কৰিছে৷ বিয়াৰ মাত্ৰ তিনি মাহৰ পিছতে জোঁৱায়েকে ৫ সন্তানৰ মাতৃ তথা ৪০ বছৰীয়া শাহুৱেকক লৈ পয়ালন কৰিছে৷

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে পঞ্জাৱৰ কাপুৰথলা জিলাৰ গুৰদাসপুৰ গাঁৱত৷ ঘটনাৰ বিৱৰণীৰ মতে মাত্ৰ তিনিমাহ পূৰ্বে যুৱকজনে মহিলাগৰাকীৰ কন্যাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ কিছুদিন পূৰ্বে যুৱকজনে শাহুৱেকৰ ঘৰলৈ আহিছিল আৰু তেতিয়াই শাহুৱেকক লগত লৈ পলায়ন কৰে৷

লগতে পঢ়ক কণীৰ কুহুমে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা সঁচাই বৃদ্ধি কৰে নে? 

ইফালে গুৰদাসপুৰ পুৰাণশলা আৰক্ষী থানাত যুৱকজনৰ জ্যেষ্ঠ ভাতৃ আৰু কন্যাগৰাকীৰ পিতৃয়ে পলাতক জোঁৱায়েক আৰু শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷

নৱবিবাহিত যুৱতীগৰাকীৰ ভাতৃয়ে আৰক্ষীক জনোৱা মতে, পলাতক যুৱকজনে শাহুৱেকক লগত লৈ বিদেশলৈ যাবলৈ চেষ্টা কৰিছে। ইয়াৰ বাবেই তেওঁ শাহুৱেকৰ লগত বহুবাৰ বাহিৰলৈ ওলাই গৈছিল আৰু তেনেকৈয়ে শাহু আৰু জোঁৱাইৰ মাজত প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰে।

লগতে পঢ়ক এটা সৰু ভুলৰ বাবে বৰ্খাস্ত শিক্ষয়িত্ৰীক, কি ভুলৰ পৰিণাম ভুগিলে ছাৰাই?

ভাতৃগৰাকীয়ে লগতে আৰু কয় যে পাঁচ দিন পূৰ্বে যুৱকজনে শহুৰেকৰ ঘৰলৈ আহি পাছপ’ৰ্ট বনাই দিয়াৰ অজুহাতত শাহুৱেকক লগত পলায়ন কৰিছে। ইফালে দুয়োটা পৰিয়ালে সকলো আত্মীয়-স্বজন আৰু অন্যান্য সম্ভাৱ্য স্থান বিচাৰি ফুৰাৰ পিছতো দুয়োৰে কোনো সন্ধান লাভ কৰা নাই।

প্ৰকাশিত বাতৰিৰ মতে ৪০ বছৰীয়া মহিলাগৰাকীৰ ৫ টা সন্তানৰ মাতৃ। পুৰাণশলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰমিন্দৰ সিঙে এই অভিযোগ নিশ্চিত কৰি উক্ত বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হোৱা বুলি কয়। আৰক্ষীয়ে পলাতক শাহু আৰু জোঁৱায়েকৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি সদৰী কৰি অতি শীঘ্ৰেই দুয়োটাকে কৰায়ত্ত কৰিব বুলিও প্ৰকাশ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamlove of the mother-in-law and son-in-law!
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.