• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণীৰ কুহুমে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা সঁচাই বৃদ্ধি কৰে নে? 

কণীৰ কুহুমে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা সঁচাই বৃদ্ধি কৰে নে? 

4 years ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমক অমৃতপ্ৰভাৰ অধিবক্তাৰ

33 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

56 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

13 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কণীৰ কুহুমে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা সঁচাই বৃদ্ধি কৰে নে? 

editor by editor
July 7, 2022
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
কণীৰ কুহুমে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা সঁচাই বৃদ্ধি কৰে নে? 
0
SHARES
11.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিক জীৱন আৰু খাদ্যাভ্যাসৰ অনিয়মৰ বাবে বিভিন্ন ৰোগে শৰীৰত থিতাপি লয়। ডায়েবেটিছ, কলেষ্টেৰল, থাইৰয়ড, মেদবহুলতা, পলিচিষ্টিক ডিম্বাশয়ঃ জীৱনশৈলীৰ ৰোগৰ বাবে বহুতো প্ৰিয় খাদ্য খাদ্যৰ তালিকাৰ পৰা বাহিৰ হৈ যায়।

কণী খাই ভাল নোপোৱা মানুহ বিচাৰি পোৱাটো টান! কিন্তু কলেষ্টেৰলৰ ভয়ত বহুতে কণীৰ কুহুমটো খাবলৈ বাদ দিয়ে। পুষ্টিবিদসকলৰ মতে, এটা সময়ত কলেষ্টেৰলৰ ভয়ত কণীৰ কুহুম ৰোগীৰ পাতত ৰখা নাছিল। কিন্তু বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ কেইবাটাও আধুনিক অধ্যয়নে ইয়াৰ বিপৰীতে মত প্ৰকাশ কৰিছে।

কণীৰ মুঠ দুটা অংশ থাকে। বগা অংশত প্ৰটিন থাকে আৰু কুহুমত কলেষ্টেৰল, ভিটামিন বি আৰু ওমেগা থ্ৰী ফেটি এচিড থাকে। এই সকলোবোৰ মৌল আমাৰ বিভিন্ন জৈৱিক কাৰ্যত ব্যৱহাৰ হয়। কলেষ্টেৰলৰ কিছুমান অত্যাৱশ্যকীয় কামো আছে।

লগতে পঢ়ক শ্ৰেণী কোঠাত ছাত্ৰীক প্ৰেম নিবেদন! বহিষ্কাৰ হ’ল শিক্ষক, নিলম্বিত ছাত্ৰীও!

যেনে- পিত্ত এচিড গঠনত ই এক বিশেষ ভূমিকা পালন কৰে। ভিটামিন ডি যোগান ধৰাৰ উপৰিও কলেষ্টেৰলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। কলেষ্টেৰলে শৰীৰত বিভিন্ন যৌন হৰম’ন নিঃসৰণতো সহায় কৰে। কলেষ্টেৰল মানে শৰীৰৰ বাবে বেয়া বুলি থকা ধাৰণা সলনি কৰা উচিত৷ অৱশ্যে কেৱল কলেষ্টেৰলেই নহয় সকলোৰেই অতিমাত্ৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ।

শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব বিচাৰিলে কণী খোৱাটো প্ৰয়োজন। দিনটোত দুটা কণীৰ কুহুমৰ খাব পাৰি। অৱশ্যে তাতোকৈ বেছি কণী খাবলগীয়া হ’লে কেৱল বগা অংশটো খোৱা উচিত। কাৰণ অতিৰিক্ত কলেষ্টেৰলে শৰীৰৰ অপকাৰ কৰে।

লগতে পঢ়ক শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

এইখিনিতে ক’ব পাৰি যে তেলত ভজা বা ঘিউত বেক কৰা কণী বেছি খোৱা উচিত নহয়। সিদ্ধ কণী খোৱাহে উচিত। তেল আৰু মছলাৰ পৰা আঁতৰত থকাই উচিত। গ্ৰীল, ফাষ্ট ফুড বাদ দিয়ক। এনে কৰিলে কলেষ্টেৰলৰ ভয় কমি যাব। কিন্তু কলেষ্টেৰলৰ মাত্ৰা বেছি হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাই ভাল।

কণীৰ কুহুমৰ পুষ্টিকৰ মূল্য

কণীৰ কুহুম প্ৰথম শ্ৰেণীৰ প্ৰটিন। যদি আপুনি কণীৰ কুহুম নোহোৱাকৈ কেৱল কণীৰ বগা অংশটোহে খায়, তেন্তে আপুনি বিভিন্ন ধৰণৰ এমিনো এচিডৰ পৰা বঞ্চিত হ’ব। এটা গোটা কণীত ৮ গ্ৰাম প্ৰটিন থাকে। কণীৰ কুহুম বাদ দিলে কণীৰ বাকী অংশৰ প্ৰটিনৰ পৰিমাণ ৩ গ্ৰাম। প্ৰটিনৰ উপৰিও কলিন, চেলেনিয়াম, জিংক, ভিটামিন এ, বি, ই, ডি আৰু কে আদি প্ৰায় সকলো পুষ্টিয়ে কণীত থাকে। কণীৰ কুহুম খাদ্যত কলিন আৰু ভিটামিন ডিৰ এক উৎকৃষ্ট উৎস।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcholesterolhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.