• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

3 years ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

3 days ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

3 days ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

3 days ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

3 days ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

3 days ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

3 days ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

3 days ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

4 days ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

4 days ago
বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

4 days ago
পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

4 days ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ

editor by editor
July 8, 2022
in বিশ্ব, ৰাজনীতি
0
আক্ৰমণৰ ৬ ঘণ্টাৰ পিছতে মৃত্যু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ
0
SHARES
579
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ মৃত্যু হৈছে। আজি পুৱা নাৰা চহৰত এক সমাৱেশৰ সময়ত আক্ৰমণকাৰীয়ে দুটাকৈ গুলী চলাই তেওঁক আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে সংকটজনক অৱস্থাত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

চিকিৎসকে তেওঁক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও তেওঁক ৰক্ষা কৰিব পৰা নহ’ল। জাপানৰ এন এইচ কে ৱৰ্ল্ড ৰেডিঅ’ই জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ মৃত্যু নিশ্চিত কৰিছে।

চিকিৎসকে কয় যে গুলীবিদ্ধ হোৱাৰ পিছতে তেওঁৰ হৃদপিণ্ডই কাম কৰা বন্ধ হৈ গৈছিল আৰু তেওঁৰ উশাহ-নিশাহত অসুবিধা হৈছিল। তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল যদিও তেওঁৰ স্বাস্থ্যৰ তড়িৎ গতিত অৱনতি ঘটিছিল।

 

লগতে পঢ়ক শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

৬৭ বছৰীয়া শ্বিনজো আবে আছিল জাপানৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী। ২০০৬ চনৰ পৰা ২০০৭ চনলৈ আৰু পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ককাদেউতাক জাপানৰ প্ৰধানমন্ত্ৰী আৰু পিতৃ বৈদেশিক মন্ত্ৰী আছিল।

শ্বিনজো আবেক আক্ৰমণ কৰা লোকজনক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৪১ বছৰীয়া অভিযুক্তজন টেটছুয়া য়ামাগামি বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে য়ামাগামিক সোধা-পোছা কৰি আছে।

ইফালে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী ফুমিয়া কিছিদাইও ঘোষণা কৰিছে যে এই আক্ৰমণৰ ঘটনা সহ্য কৰা নহ’ব।

 

লগতে পঢ়ক কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

উল্লেখ্য যে শ্বিনজো আবেৰ পৰিয়ালৰ এক চহকী ৰাজনৈতিক ইতিহাস আছে৷ দশক দশক ধৰি তেওঁৰ পৰিয়াল জাপানৰ ক্ষমতাত আছে। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈকে তেওঁৰ ককাদেউতাক কিছি নোবুছুকে দুবাৰকৈ জাপানৰ প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ উপৰিও তেওঁৰ পিতৃ শ্বিন্টাৰো আবে জাপানৰ বৈদেশিক মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৩ চনত পিতৃৰ মৃত্যুৰ পিছত জাপানৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় শ্বিনজো আবে। জাপানৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই শ্বিনজো আবেৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আছিল। তাৰ পূৰ্বেই উপ-মুখ্য কেবিনেট সচিব হিচাপে তেওঁ তদানীন্তন প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰ কোৰিয়া ভ্ৰমণলৈও গৈছিল।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJapan Ex PM shinzo abeshinzo abe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?
জীৱনশৈলী

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

November 12, 2025
দেশৰ ডাঙৰ ডাঙৰ কেইবাখনো চহৰত হাইএলাৰ্ট, ভয় নকৰিব, হাই এলাৰ্টৰ অৰ্থ কি? কি কি পদক্ষেপ লোৱাটো জৰুৰী?
জীৱনশৈলী

দেশৰ ডাঙৰ ডাঙৰ কেইবাখনো চহৰত হাইএলাৰ্ট, ভয় নকৰিব, হাই এলাৰ্টৰ অৰ্থ কি? কি কি পদক্ষেপ লোৱাটো জৰুৰী?

November 11, 2025
Next Post
বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

বংলাদেশীয় মুছলমান নহয়, বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষ হিন্দু আছিল!

প্ৰৱঞ্চনা গোচৰত জামিন লাভ এসময়ৰ লেডী সিংঘম SI জোনমণি ৰাভাৰ

প্ৰৱঞ্চনা গোচৰত জামিন লাভ এসময়ৰ লেডী সিংঘম SI জোনমণি ৰাভাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.