বাইহাটা চাৰিয়ালিৰ সমীপৱর্তী মদনপুৰ টোলগে’টত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। টোল সংগ্ৰহ কৰিবলৈ লওঁতেই এগৰাকী কর্মচাৰীক চোঁচৰাই লৈ যায় এখন বিলাসী বাহনে। সমগ্ৰ দৃশ্য বন্দী হ’ল CC কেমেৰাত।