• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

2 years ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

14 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

14 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

15 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

15 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

16 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

16 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

16 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

17 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

17 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

18 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

19 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

editor by editor
August 22, 2024
in জীৱনশৈলী
0
বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ
0
SHARES
802
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বুধ বক্ৰী দশাত আছে৷ ২২ আগষ্টত বুধে বিপৰীতমুখী চলনত সিংহ ৰাশি ত্যাগ কৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰপাছতেই ২৮ আগষ্টত বুধ আকৌ মাৰ্গী হ’ব. অৰ্থাৎ বক্ৰী চলন এৰি চিধা পথেৰে ফুৰিব৷ বৈদিক জ্যোতিষ অনুসৰি মিথুন আৰু কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ সৌৰজগতৰ সকলোতকৈ সৰু আৰু সকলোতকৈ দ্ৰততৰভাৱে নিজৰ স্থান সলনি কৰা এই গ্ৰহে বক্ৰী চলনেৰে কৰ্কটত গোচৰ কৰাৰ ফলত সকলোতকৈ লাভৱান হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ চাকৰি হওক বা ব্যৱসায় হওক, কেৰিয়াৰত সকলোতকৈ দুৰ্দান্ত সাফল্য পাব৷ চাই লওক বক্ৰী বুধে কৰ্কটত গোচৰ কৰিলে ভাগ্য খুলি যাব এইকেইটা ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

বক্ৰী বুধে কৰ্কট ৰাশিত আহি কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ চাকৰি পৰিবৰ্তন কৰিব বিচাৰিলে এই সময় শুভ৷ ব্যৱসায়ীয়ে আৰ্থিক লাভ কৰিব পাৰিব৷ নিজৰ কথাৰে সকলোৰে মন জয় কৰিব পাৰিব আপুনি৷

কন্যা ৰাশি

কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ৷ বক্ৰী বুধৰ স্থান পৰিবৰ্তনৰ ফলত লাভজনক হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে৷ এই  সময়ত আপুনি বহু টকা সঞ্চয় কৰিব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা আপোনাৰ আৰ্থিক লাভ হ’ব৷ নিজৰ বুদ্ধি আৰু দক্ষতাৰে অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ মন জয় কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ যদি আপোনাৰ টকা কৰোবাত ফচি আছে তেওঁলোকে সেই ধন উভতাই পাব৷

 তুলা ৰাশি

কৰ্কট ৰাশিত বক্ৰী বুধৰ গোচৰৰ ফলত আৰ্থিক অৱস্থাৰ চকুত লগা উন্নতি হ’ব তুলা ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ সৌভাগ্য পূৰ্বতকৈ শক্তিশালী হ’ব৷ আৰু জীৱনৰ সকলো ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব পাৰে৷ উপাৰ্জনৰ নতুন পথ মুকলি হ’ব আপোনাৰ সন্মুখত৷ পৰিয়ালৰ সমৰ্থন লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাৰ্যালয়ত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ শৰীৰ, স্বাস্থ্য আদিৰ সমস্যা থাকিলে এই সকলোবোৰৰ পৰা আপুনি মুক্তি পাব৷

বৃশ্চিক ৰাশি

কৰ্কট ৰাশিত বক্ৰী বুধে গোচৰ কৰিলে ভাল দিন আৰম্ভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ কোনো ধৰ্মীয় যাত্ৰা কৰিব পাৰে এই ৰাশিৰ জাতকে৷ বিদেশ যাত্ৰা কৰাৰো যোগ আছে৷ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ আৰু ব্যৱসায়ত লাভ হোৱাৰো যোগ আছে৷ মনৰ সকলো টেনছনৰ পৰা মুক্তি পাব৷ এই সকলো বিষয়ত নিজৰ পৰিয়ালক কাষত পাব বৃশ্চিক ৰাশিৰ জাতকে৷

ধনু ৰাশি

বিপৰীত চলনেৰে বুধে ধনু ৰাশিত চলিব৷ এই সময়ত আপুনি নিজৰ ব্যৱসায় আৰু ব্যক্তিত্ব পজিটিভ পৰিবৰ্তন দেখা পাব পাৰে৷ আপোনাৰ সুন্দৰ ব্যৱহাৰে আপোনাক মুগ্ধ কৰিব পাৰে৷ যুক্তি সহকাৰে নিজৰ মতামত অন্যৰ সন্মুখত তুলি ধৰিব পাৰে ধনু ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ যোগ আছে৷ পৰিয়ালত শান্তি থাকিব আৰু সাংসৰিক সকলো প্ৰয়োজন আপুনি পূৰণ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
Next Post
বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.