কনিষ্টবল হ’ল বৰছিং বে’। কার্বি আংলঙৰ সাহসী জোৱান বৰছিং বে’। উৎকোচ প্ৰত্যাখ্যান কৰি জব্দ কৰিছিল ড্ৰাগছ। জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তি পত্ৰ।