সীমান্তত ভাৰতে ৰাস্তাহে বনাইছে। চীনে সীমান্তলৈ বুলেট ট্ৰেইনে চলাই দিলে। অৰুণাচলক লৈ চীনৰ নতুন অভিসন্ধি। মিনিটতেই সামৰিক সামগ্ৰী সীমান্তলৈ আনিব চীনে। উদ্বিগ্ন প্ৰতিৰক্ষা বিভাগ।