• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিতর্কত বৰুণ ছুড, কিন্তু কিয়?

বিতর্কত বৰুণ ছুড, কিন্তু কিয়?

5 years ago
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

15 minutes ago
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

55 minutes ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

1 hour ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

2 hours ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

2 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

3 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

3 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

4 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

5 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

5 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

5 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

বিতর্কত বৰুণ ছুড, কিন্তু কিয়?

editor by editor
June 27, 2021
in ক'ভিড-১৯, চিনেমা, বিনোদন, ভাৰত
0
বিতর্কত বৰুণ ছুড, কিন্তু কিয়?
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সৰু পর্দাৰ এখন জনপ্ৰিয় মুখ বৰুণ ছুড। কেইবাটাও ৰিয়েলিটি শ্ব’ত অংশ গ্ৰহণ কৰি দর্শকৰ মন জিনা বৰুণৰ আছে অনেক ফেন। শেহতীয়াকৈ বৰুণক দেখিবলৈ পোৱা গৈছিল ‘খাতড়ৌ কি খিলাড়ী ছিজন-১১’ত। দক্ষিণ আফ্ৰিকাত ইয়াৰ ছুটিং শেষ কৰি কিছুদিন পূর্বে মুম্বাইলৈ উভতিছিল বৰুণ। নিয়ম অনুসৰি বৰুণ ১০ দিনৰ বাবে থাকিব লাগে কোৱাৰেণ্টাইনত। পিছে শনিবাৰে মুম্বাইত বাইক চলাই ঘূৰি ফুৰা অৱস্থাত দেখা গ’ল বৰুণক। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত সৃষ্টি হ’ল বিতর্কৰ। ইউজাৰে নিগেটিভ কমেণ্ট আৰু ট্ৰ’লেৰে ভৰাই পেলালে বৰুণৰ একাউণ্ট। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰুণে। ঔষধ আনিবৰ বাবেহে ফার্মাচীলৈ গৈছিল বৰুণ। উল্লেখযোগ্য যে ইতিমধ্যে ক’ৰোনা ভেকচিনৰ দুয়োটা ড’জ লোৱা আছিল বৰুণৰ। সেইবাবেহে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ কথা সদৰী কৰে বৰুণে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24varun sood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?
জীৱনশৈলী

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

May 18, 2026
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড
অপৰাধ

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

May 18, 2026
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে
জীৱনশৈলী

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

May 18, 2026
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?
বিনোদন

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

May 18, 2026
Next Post
চুমা খাই চাকৰি গ’ল ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰীৰ

চুমা খাই চাকৰি গ’ল ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰীৰ

জাম্বিয়াৰ LIVE TVত অঘটন

জাম্বিয়াৰ LIVE TVত অঘটন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.