• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BCCI- শীৰ্ষস্থানীয় বৈঠক… ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!

BCCI- শীৰ্ষস্থানীয় বৈঠক… ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!

3 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

23 minutes ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

39 minutes ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

56 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

1 hour ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

2 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

3 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

5 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

7 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

7 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

8 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

BCCI- শীৰ্ষস্থানীয় বৈঠক… ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!

editor by editor
December 21, 2022
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
BCCI- শীৰ্ষস্থানীয় বৈঠক… ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিচিচিআইয়ে বুধবাৰে এখন শীৰ্ষ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিছে। বৈঠকতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি জনাইছে এক বিশেষ সূত্ৰই। বিশেষকৈ ৰোহিত শৰ্মাৰ অধিনায়কত্বকলৈয়ে বিশেষ সিদ্ধান্ত ল’ব পাৰে এই বৈঠকত। বিচিচিআইয়ে অনুষ্ঠিত কৰা এই বৈঠকত টি-২০ৰ অধিনায়ক কোন হ’ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি জনাইছে বিশেষ সূত্ৰটোৱে। বিচিচিআইয়ে এইবাৰ ৰোহিতৰ ঠাইত হাৰ্দিক পাণ্ডিয়াকেই টি-২০ ৰ অধিনায়কৰ দায়িত্বভাৰ দিব পাৰে বুলি ইতিমধ্যেই বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

ৰাহুল দ্ৰাবিড়ৰ প্ৰসংগতো আলোচনা

বিচিচিআইয়ে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সন্দৰ্ভতো বিশেষ সিদ্ধান্ত ল’ব পাৰে। টি-২০ত, বিচিচিআইয়ে অধিনায়কৰ লগতে প্ৰশিক্ষকো সলনি কৰিব পাৰে। অৱশ্যে টি-২০ ত ৰাহুল প্ৰশিক্ষক হিচাপে নাথাকিলেও টেষ্ট আৰু এদিনীয়াত প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াই যাব ৰাহুলে। বুধবাৰে অনুষ্ঠিত বৈঠকত অইন কেইবাটাও সিদ্ধান্ত ল’ব বিচিচিআইয়ে বুলি উল্লেখ কৰিছে। ভাৰতীয় দলটোৱে এইবাৰো টি-২০ বিশ্বকাপ জিকিব নোৱাৰিলে। এছিয়া কাপৰ খিতাপো আনিব নোৱাৰিলে ভাৰতীয় দলটোৱে। আইচিচি ইভেণ্টতো ভাৰতীয় দলটোৰ অৱস্থা তথৈবছ। এই সমূহ প্ৰসংগক লৈ বিচিচিআইয়ে ভৱিষ্যতৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰাৰ লগতে নতুন ৰণনীতিও তৈয়াৰ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ হ’ব পাৰে পদোন্নতি
আজি অনুষ্ঠিত বৈঠকত ১২ টা বিষয়ৰ ওপৰত পৰ্যালোচনা কৰিব বিচিচিআইয়ে। বিচিচিআইয়ে এই বৈঠকৰ পাছতেই সূৰ্যকুমাৰ যাদৱ আৰু শুভমন গীলৰ পদোন্নতি হোৱাৰ সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?

বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?

ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়…

ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.