• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?

শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?

2 years ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

39 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

2 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

24 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?

ৰোহিত, বিৰাট আৰু ৰাহুল দ্ৰাবিড়ৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ৷ শেষ হ’ল দ্ৰাবিড়ৰ কোচৰ ম্যাদ, পৰবৰ্তী কোচ গম্ভীৰেই হ’বনে?

editor by editor
June 30, 2024 - Updated on July 2, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, লেখা
0
শীঘ্ৰেই কোচ হিচাপে গম্ভীৰৰ নাম ঘোষণা কৰিব BCCIয়ে? বিশ্বকাপ জয়ৰ পাছতেই কি কৈছে BCCI য়ে?
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৯ জুনত ভাৰতীয় ক্ৰিকেটত এক নতুন অধ্যায়ৰ সূচনা হৈছে৷ দ্বিতীয়বাৰ টি-২০ বিশ্বকাপ জয় কৰি মুঠ চাৰিবাৰৰ বাবে বিশ্বচেম্পিয়ন হোৱাৰ খিতাপ অৰ্জন কৰিছে ভাৰতীয় ক্ৰিকেট দলে৷ এই বিশ্বকাপ জয় কৰিয়েই আন্তৰ্জাতিক টি-২০ বিশ্বকাপক বিদায় জনাইছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই৷ ভৱিষ্যৎ প্ৰজন্মক সুযোগ দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে দুই মহাতাৰকাই৷

এই দুই তাৰকাৰ সৈতে আৰু এজন বিশেষ ব্যক্তিৰ বাবে এয়াই শেষ মেচ৷ তেওঁ হৈছে ৰাহুল দ্ৰাবিড়৷ টি-২০ বিশ্বকাপৰ ফাইনেল পৰ্যন্ত তেওঁৰ চুক্তি আছিল৷ ৰাহুল দ্ৰাবিড়ৰ কোচ হিচাপে ম্যাদ শেষ হৈছিল অডিআই বিশ্বকাপতেই৷ কিন্তু অডিআইৰ কেইমাহমান পাছতেই টি-২০ ফাইনেল  হোৱা হেতুকে টি-২০ বিশ্বকাপো তেওঁৰ নেতৃত্বতেই হওক বুলি বিশেষ চুক্তি কৰে BCCIয়ে৷

ইয়াৰপাছতেই IPLৰ সময়ত বৰ্ডে জনাই যে তেওঁলোকে দলৰ বাবে কোচ বিচাৰি আছে৷ সেই সময়ৰ পৰাই কোচ হিচাপে বহুতেই গৌতম গম্ভীৰৰ নামেই লৈ আহিছে৷ মেণ্টৰ হিচাপে অন্যতম সফল খেলুৱৈ হৈছে গম্ভীৰ৷ তেওঁৰ নেতৃত্বতেই এইবাৰ আইপিএলৰ ট্ৰফী তুলি লৈছে কলকাতা নাইট ৰাইডাৰ্ছে৷ সেয়ে তেওঁক জাতীয় দলৰ কোচ কৰাটো প্ৰায়সংখ্যক ক্ৰিকেটপ্ৰেমীয়েই বিচাৰিছে৷

কিন্তু তাৰপিছতেই খবৰ আহিছে যে গম্ভীৰৰ কেইটামান চৰ্ত আছে৷ বিচিচিআইয়ে তেওঁৰ সৈতে বাৰ্তালাপ কৰোতে কেইটামান বিশেষ চৰ্ত বান্ধি দিছে গৌতম গম্ভীৰে৷ এই চৰ্ত মানিলেহে কোচ হিচাপে দায়িত্ব ল’ব গম্ভীৰে৷ এইবাৰ বিশ্বকাপৰ পাছতেই সংবাদমাধ্যমৰ আগত বৰ্ডৰ প্ৰেছিডেণ্ট ৰজাব বিনিয়ে কয়, ‘গৌতম গম্ভীৰৰ বহু অভিজ্ঞতা আছে আৰু যদি গম্ভীৰক কোচ হিচাপে নিযুক্তি দিয়া হয় তেন্তে দলৰ বাবেই ভাল হ’ব৷ তেওঁৰ অভিজ্ঞতা ভাৰতীয় দলৰ বাবে দৰকাৰ৷ ভাৰতক এনে এজন কোচৰ খুবেই দৰকাৰ৷ ভাৰতক এনে এজন কোচ দৰকাৰ যিয়ে সকলো ফৰ্মেটতেই খেলিছে৷’

দ্ৰাবিড় কোচৰ দায়িত্বত থাকোতেই ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নচিপ আৰু অডিআই বিশ্বকাপত ৰানাৰ্ছ আপ হৈছে৷ দ্ৰাবিড়ৰ হাতত ধৰিয়েই ১১ বছৰৰ পাছত বিশ্বকাপ হাতত তুলি লৈছে ভাৰতে৷ টি-২০ জিকিছে টিম ইণ্ডিয়াই৷ অধিনায়ক হিচাপে ২০০৭ চনত দলক জিকোৱাব নোৱাৰিলেও কোচ হিচাপে ২০২৪ চনত দলক বিশ্বকাপ জিকাইছে দ্ৰাবিড়ে৷ ৰাহুলৰ প্ৰশংসাত ৰজাব বিনিয়ে কয়, ‘ৰাহুল ক্ৰিকেটাৰ হিচাপেও শ্ৰেষ্ট আছিল৷ দলৰ প্ৰতি তেওঁৰ অৱদান আৰু অভিজ্ঞতাও বহু আছে৷ তথাপিও কিছু মেচত ভাৰতীয় দল পৰাস্ত হৈছে সেয়া সময়ৰ ওপৰত৷’ ইফালে গম্ভীৰক কোচ হিচাপে লোৱাৰ বাবে আলোচনাও চলি আছে৷ গম্ভীৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই যদিও অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰত সপত্নীক দেখা গৈছে গৌতম গম্ভীৰক৷ ভাৰতীয় দলে বিশ্বকাপ জয় কৰা সন্দৰ্ভত তেওঁ সেই স্থানৰ পৰাই দলটোক শুভেচ্ছা জনাই দুখ প্ৰকাশো কৰিছে৷ দুখ প্ৰকাশৰ কাৰণ হৈছে বিৰাট আৰু ৰোহিত শৰ্মাৰ অৱসৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
আহাৰ কৃষ্ণা দশমীত সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

আহাৰ কৃষ্ণা দশমীত সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

শংকিত ভক্ত! কেদাৰনাথ মন্দিৰৰ ঠিক পিছফালেৰে হঠাৎ বৈ আহিছে বৰফৰ নদী

শংকিত ভক্ত! কেদাৰনাথ মন্দিৰৰ ঠিক পিছফালেৰে হঠাৎ বৈ আহিছে বৰফৰ নদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.