• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মতে মাতৃক হেৰুৱাই, ১২ বছৰত পিতৃক, অনাথ হৈ পৰাত খুৰিয়েকে কৰে বিক্ৰী, পাছলৈ দেশৰ ৰাণী

2 years ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

2 minutes ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

47 minutes ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

1 hour ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

2 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

19 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

20 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

21 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

22 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মতে মাতৃক হেৰুৱাই, ১২ বছৰত পিতৃক, অনাথ হৈ পৰাত খুৰিয়েকে কৰে বিক্ৰী, পাছলৈ দেশৰ ৰাণী

editor by editor
May 22, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জন্মতে মাতৃক হেৰুৱাই, ১২ বছৰত পিতৃক, অনাথ হৈ পৰাত খুৰিয়েকে কৰে বিক্ৰী, পাছলৈ দেশৰ ৰাণী
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্মতে মাতৃক হেৰুৱাই, ১২ বছৰত পিতৃক, অনাথ হৈ পৰাত খুৰিয়েকে কৰে বিক্ৰী, পাছলৈ দেশৰ ৰাণী

এগৰাকী এনে নাৰী, যাৰ জীৱনৰ আদি ছোৱা বহু দুখেৰে ভৰা, পাছলৈ সেই নাৰীয়ে হয়গৈ এখন প্ৰদেশৰ ৰাণী। পুত্ৰ হয়গৈ ৰজা। ১৮২০ চন। লক্ষ্ণৌৰ পৰা ১৫০ কিলোমিটাৰ দূৰৈৰ ফৈজাবাদত হজৰত মহম্মদৰ বংশধৰ বুলি দাবী কৰা দুখীয়া চৈয়দ পৰিয়ালৰ ঘৰত এগৰাকী ছোৱালীৰ জন্ম হয়। পৰিয়ালৰ লোকে ছোৱালীজনীৰ নাম ৰাখে মুহাম্মাদী খানম।

খানমক জন্ম দিয়েই মাতৃৰ মৃত্যু হয়। পিতৃয়ে কেঁচুৱা কন্যাক লৈ লক্ষ্ণৌলৈ গুচি যায় আৰু তাতেই নতুন জীৱন আৰম্ভ কৰে। কিন্তু ভাগ্যৰ বিড়ম্বনা, খানমৰ ১২ বছৰ বয়সতে পিতৃও শেষ নিশ্বাস ত্যাগ কৰে। অনাথ হৈ পৰে খানুম।

মাক-দেউতাকৰ মৃত্যুৰ পিছত অনাথ মুহাম্মাদী খানমক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব খুৰাকৰ ওপৰত পৰে। কিন্তু আৰ্থিক সমস্যাৰ বাবে খুৰাকৰ অনুপস্থিতিত খুৰীয়েকে এদিন দুগৰাকী মহিলাৰ হাতত বিক্ৰী কৰি দিয়ে খানমক। সেই দুই মহিলাই খানমক লৈ যায় লক্ষৌৰ বিখ্যাত কোঠা থকা মহল্লাত।

সেই কোঠাতেই খানমক নৃত্যু গীতত পাৰ্গত কৰি ৰাজকীয় হাৰেমৰ বাবে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। সেই কোঠাতেই নৃত্য-গীতৰ প্ৰশিক্ষণ লোৱাৰ লগতে শিক্ষ গ্ৰহণো কৰে খানমে।

যেতিয়া মুহাম্মাদী খানমৰ বয়স ২৩ বছৰ হ’য়, তেতিয়া লক্ষৌৰ নবাব ৱাজিদ আলী শ্বাহৰ ৰাজকীয় হাৰেমত ‘পৰিখানা’ (সহায়িকা তথা মনোৰঞ্জন দিয়া) হিচাপে প্ৰৱেশ কৰে। সেই হাৰেমতেই ভাগ্যৰ চকৰি ঘূৰে খানমৰ। নিজৰ দক্ষতাৰে নবাব ৱাজিদ আলী শ্বাহৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় খানমে।

কিছুদিনৰ পাছত নবাব ৱাজিদ আলী শ্বাহে মুহাম্মাদীক ‘মেহক পাৰি’ নাম দি বিবাহ কৰে। পিছলৈ খানম তথা মেহমদ পাৰিক ‘ইফতিখাৰ-উন-নিশা’ উপাধি দিয়া হয়। পিছলৈ মুহাম্মাদী খানম বেগম হজৰত মহল নামেৰে পৰিচিত হয়। শেষলৈ খানম তথা বেগম হজৰত মহলৰেই পুত্ৰৰ নামত নবাবৰ শাসনভাৰ যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Begum Hajrat MahalIndian QueenMuhamamadi KhanamOubodh QueenQueen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ
জীৱনশৈলী

March 12, 2026
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?
জীৱনশৈলী

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

March 12, 2026
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?
জীৱনশৈলী

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

March 12, 2026
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
Next Post
থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো

শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন