• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো

থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো

2 years ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

23 minutes ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

49 minutes ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

1 hour ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

18 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

19 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

19 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

20 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

20 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

22 hours ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

22 hours ago
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

23 hours ago
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো

editor by editor
May 22, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, স্বাস্থ্য
0
থাইৰইড আছে নেকি! চিন্তা নকৰিব, কেৱল নিতৌ পুৱা গ্ৰহণ কৰক এই পানী আঁতৰ কৰক সমস্যা, হ্ৰাস পাব ওজনো
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিদিনে ৰাতিপুৱা ধনীয়া গুটি তিয়াই থোৱা পানী সেৱন কৰিলে বহু কেইটা সমস্যা সমাধান হ’ব পাৰে একেলগে। এচিডিটি, বুকু জ্বলা, জৰ, অতিৰিক্ত পানী পিয়াহ দূৰ কৰিবলৈ ইয়াৰ বিকল্প পোৱা টান। প্ৰতিদিনে পুৱা ধনীয়াৰ গুটি (Coriander Seeds) তিয়াই থোৱা পানী সেৱন কৰিলে বহু সমস্যাৰ সমাধান হ’ব পাৰে নিমিষতে।

ধনীয়াৰ গুটি তিয়াই থোৱা পানীত কেলচিয়াম, ফাইবাৰ, আইৰণ, মেংগানিজ, খনিজ পদাৰ্থ, বি-কেৰোটিনয়েডছ, পলিফেনলেছৰ দৰে ঔষধি গুণ থাকে। প্ৰতিদিনে এই পানী সেৱন কৰিলে বদহজম, পেটৰ বিষৰ লগতে কৃমিৰ পৰাও মুক্তি লাভ কৰিব পাৰে। কাৰোবাৰ প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা–পোৰা কৰিলে এই পানী সেৱন কৰিলে ৰোগ উপশমত সহায় পাব পাৰে।

ধনীয়াৰ উপকাৰীতা

থাইৰইড নিয়ন্ত্ৰিত হয়, থাইৰইড ৰোগীৰ বাবে ধনীয়াৰ পানী অমৃততকৈ কম নহয় । দৈনিক খালী পেটত খালে থাইৰইড নিয়ন্ত্ৰণত সহায়ক হয় ।

গৱেষণাৰ পৰা দেখা গৈছে যে ধনীয়াত জৈৱ সক্ৰিয় ফাইটোকেমিকেলেৰে সমৃদ্ধ এন্টিঅক্সিডেন্ট থাকে, যাৰ বাবে ই মাইগ্ৰেইনকে ধৰি উদ্বেগ, হতাশা আৰু মানসিক চাপৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াত এন্টিমাইক্ৰ’বিয়াল আৰু এন্টি-ইনফ্লেমেটৰী গুণো আছে।

এন্টিঅক্সিডেন্টৰ উপস্থিতিৰ বাবে ধনীয়া সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ লগতে হৃদৰোগ, কেন্সাৰ, বাতবিষ, ষ্ট্ৰোক আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰাও আপুনি সকাহ পায়।

হজম শক্তি সুস্থ হৈ থাকে, পুৱা খালী পেটত ধনীয়া পানী খালে পাচনতন্ত্ৰৰ সমস্যা দূৰ হয় । ইয়াৰ ফলত এচিডিটিৰ সমস্যা ৰোধ হয়, যাৰ ফলত জ্বলন, গেছ আদি সমস্যাৰ সৃষ্টি নহয় ।

ধনীয়া পানী খালে ওজন নিয়ন্ত্ৰণত থাকে। ইয়াত থকা আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে পেটটো দীৰ্ঘ সময় ধৰি ভৰি থাকে, যাৰ ফলত ভোক ৰোধ হয় আৰু লগতে ওজন নিয়ন্ত্ৰণত থাকে ।

ব্লাড চুগাৰ নিয়ন্ত্ৰিত হৈ থাকে, ধনীয়া গুটিত হাইপ’গ্লাইচেমিক গুণ পোৱা যায়, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। দৈনিক ধনীয়া পানী সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে।

কিদৰে সেৱন কৰিব ধনীয়া গুটি- ধনীয়া পানী বনাবলৈ প্ৰথমে ধনীয়া গুটি গিলাচত উতলাই দিব লাগিব। ইয়াৰ পিছত যেতিয়া পানী আধা হৈ পৰে তেতিয়া ফিল্টাৰ কৰি ঠাণ্ডা হৈ সেৱন কৰিবলৈ দিব লাগে। এনে কৰিলে আপুনি আৰু বহুতো সুবিধা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dhania SeedshealthHealth benefitThyroid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?
জীৱনশৈলী

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

May 30, 2026
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!
জীৱনশৈলী

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

May 30, 2026
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?
বাণিজ্য

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

May 30, 2026
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?
অসম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

May 29, 2026
Next Post
শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

শ্বাহৰুখৰো হিটষ্ট্ৰোক নেকি? আহমেদাবাদৰ কেডি হাস্পতালত শ্বাহৰুখ, উদ্বিগ্ন ভক্ত, কি কৈছে চিকিৎসকে?

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.