• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাদুৰে ভৰা ফিটকিৰি, এবাৰ ব্যৱহাৰ কৰক, ইয়াৰ চমৎকাৰ দেখা পাওক, ছাল-চুলি-দাঁত-বিষ…

যাদুৰে ভৰা ফিটকিৰি, এবাৰ ব্যৱহাৰ কৰক, ইয়াৰ চমৎকাৰ দেখা পাওক, ছাল-চুলি-দাঁত-বিষ…

2 years ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

9 minutes ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

29 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

60 minutes ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

1 hour ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

2 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

2 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

3 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

5 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

5 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

6 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

6 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যাদুৰে ভৰা ফিটকিৰি, এবাৰ ব্যৱহাৰ কৰক, ইয়াৰ চমৎকাৰ দেখা পাওক, ছাল-চুলি-দাঁত-বিষ…

editor by editor
April 20, 2024
in জীৱনশৈলী, বিবিধ
0
যাদুৰে ভৰা ফিটকিৰি, এবাৰ ব্যৱহাৰ কৰক, ইয়াৰ চমৎকাৰ দেখা পাওক, ছাল-চুলি-দাঁত-বিষ…
0
SHARES
658
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাদুৰে ভৰা ফিটকিৰি, এবাৰ ব্যৱহাৰ কৰক, ইয়াৰ চমৎকাৰ দেখা পাওক, ছাল-চুলি-দাঁত-বিষ…

যাদু হে যেন আছে এইবিধ সামগ্ৰীৰ। বহু বিষয়তে কাম কৰে এই বিধ সামগ্ৰীয়ে। ছালৰ সৌন্দৰ্য, সু-স্বাস্থ্যৰ, চৰ্বি হ্ৰাস, শৰীৰৰ দুৰ্গন্ধ, বিষ বেমাৰ, দাঁত শক্তিশালী আদি কৈ শেষ কৰিব নোৱাৰা উপকাৰী গুণ আছে এইবিধ সামগ্ৰীৰ, নাম ফিটকিৰি।

সৰুতে দেউতাহতে দাঢ়ি খুৰাই মুখত লগোৱা সেই বগা শিল বিধেই হৈছে ফিটকিৰি। কুঁৱা আদিৰ পানী চাফা হ’বলৈয়ো ব্যৱহাৰ কৰা হৈছিল ফিটকিৰি। সেই ফিটকিৰিৰেই আছে আচৰিত গুণ। যি গুণৰ বিষয়ে হয়তো আপুনি নাজানেই।

ই ডাবল ছালফেট লৱণেৰে গঠিত প্ৰাকৃতিকভাৱে পোৱা খনিজ যৌগ আৰু ইয়াক প্ৰায়ে স্ফটিক ৰূপত পোৱা যায়। ইয়াৰ কিছু গুণ হৈছে-

ছালৰ ক্ষেত্ৰত-
এন্টিচেপ্টিক হিচাপে ব্যৱহাৰ, ছাল শোতোৰা পৰাৰ পৰা ৰক্ষা কৰে, ব্ৰুণৰ সমস্যা আঁতৰ কৰে, দাগ আঁতৰ কৰে, ছালৰ উজ্জলতা বৃদ্ধি কৰে, মৃত কোষ আঁতৰাই নতুন কোষৰ সৃষ্টিত সহায় কৰে, ৰদে পোৰা দাগ আঁতৰাই, ৰঙা পৰা হ্ৰাস কৰে।

চুলিৰ ক্ষেত্ৰত-
উফিৰ সমস্যা দূৰ কৰে, ওকনিৰ সমস্যা নোহোৱা কৰে, চুলিৰ গুৰিৰ মৃত কোষ আঁতৰ কৰি চুলিৰ বৃদ্ধিত সহায় কৰে, প্ৰাকৃতিকভাৱে চুলি চিধা কৰে। কেৱল চেম্পুৰ সৈতে সামান্য মিহলি কৰিহে ফিটকিৰি ব্যৱহাৰ কৰিব।

দাঁতৰ আলু শক্তিশালী কৰে-
আজিকালি অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে কেৱল প্ৰাপ্তবয়স্কই নহয়, শিশুসকলেও দাঁত আৰু দাঁতৰ আলুৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়ে সামান্য ফিটকিৰি পানীৰ সৈতে মিহলি কৰি মাউথ ৱাশ্ব হিচাপে ব্যৱহাৰ কৰিলে সুফল পায়।

গাঁঠিৰ বিষত সহায়ক
এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ ফিটকিৰিৰ পানী শৰীৰৰ বিষ থকা ঠাই নাইবা ফুলা অংশত প্ৰয়োগ কৰিলে সুফল পায়।

ঘামৰ গোন্ধৰ পৰা মুক্তি-
গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাৰ বাবে শৰীৰ আৰু কাপোৰত প্ৰায়ে গোন্ধ ওলাবলৈ ধৰে। এনে পৰিস্থিতিত ফিটকিৰি পানীৰে গা ধুলে বেক্টেৰিয়া নাইকিয়া হোৱাৰ লগতে ঘামৰ গোন্ধো আঁতৰাই পেলায়।

চৰ্বি হ্ৰাসতো সহায়ক –
শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি হ্ৰাস কৰাৰ বাবেও ফিটকিৰি সহায়ক। ২০১২ৰ এক আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশিত তথ্য অনুসৰি, ফিটকিৰিৰ পাউডাৰে শৰীৰৰ কলেষ্টৰেল হ্ৰাস কৰাৰ লগতে ভোক কমাই ৰাখে। মৌ আৰু পানীৰ সৈতে মিহলি কৰি ইয়াক ব্যৱহাৰ কৰিব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AlumAlum benefitFitkiriFitkiri benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Image Credit source: PTI
জীৱনশৈলী

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

May 20, 2026
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!
জীৱনশৈলী

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

May 20, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

May 20, 2026
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!
জীৱনশৈলী

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

May 20, 2026
Next Post
ৰাইজক সুৰক্ষা দিওতা নিজেই নিৰাপত্তাহীনতাত, আৰক্ষী বিষয়াক ম’বিল ঢালি দুৰ্ব্যৱহাৰ বাৰৰ স্বত্ত্বাধিকাৰীৰ

ৰাইজক সুৰক্ষা দিওতা নিজেই নিৰাপত্তাহীনতাত, আৰক্ষী বিষয়াক ম'বিল ঢালি দুৰ্ব্যৱহাৰ বাৰৰ স্বত্ত্বাধিকাৰীৰ

আজি অমৃতসিদ্ধি যোগ, এই ৬ ৰাশিৰ ওপৰত পৰিব মা লক্ষ্মীৰ আশিৰ্বাদ

আজি অমৃতসিদ্ধি যোগ, এই ৬ ৰাশিৰ ওপৰত পৰিব মা লক্ষ্মীৰ আশিৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.