• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই

ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই

2 months ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

54 mins ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

6 hours ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

21 hours ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

24 hours ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

1 day ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

2 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

2 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

2 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

3 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

5 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

5 days ago
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

6 days ago
  • About
  • Advertise
  • Careers
Tuesday, December 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই

editor by editor
October 18, 2023
in অসম, বিবিধ, স্বাস্থ্য
0
ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যত ডেংগুৰ ভয়াৱহতা অব্যাহত আছে। ডেংগুত বহুসংখ্যক লোকে মৃত্যুকো সাবটি লৈছে। ডেংগুত আক্ৰান্ত এজন ৰোগীয়ে কি কি খাদ্য খালে ভাল? বিষয়টোক লৈ বহুতেই প্ৰশ্ন কৰে। ডেংগু হোৱাৰ পাছত কি কি খাদ্য খোৱাটো ভাল?

পানী মূল সংগী
ডেংগুৰ পৰা দ্ৰুতভাৱে সুস্থ হ’ব খুজিলে নিয়মিত পানী খাওক। পানী খাবলৈ বেয়া পালে ফলৰ ৰস বা ডাবৰ পানী খাওক। শৰীৰক পৰ্যাপ্ত পানী যোগান ধৰাটো নিতান্তই প্ৰয়োজন। ডেংগুৰ পৰা দ্ৰুতভাৱে সুস্থ হ’বলৈ পৰ্যাপ্ত পৰিমানে পানী খাওক।

কমলা টেঙা
কমলাটেঙাত ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কমলা টেঙা অতি উত্তম। ডেংগুৰ পৰা পৰিত্ৰাণ পাবলৈ কমলাটেঙাৰ ৰস খাব পাৰে। যদি কমলাটেঙা চোবাই বেয়া পায় তেন্তে জুছ হিচাপে খাব পাৰে।

বেদনা খাওক
ডেংগুৰ সমস্যাৰ পৰা দ্ৰুততৰভাৱে আৰোগ্য হৈ উঠিবলৈ বেদনা খাব পাৰে। এই ফলত অত্যন্ত উপকাৰী খনিজ আৰু ভিটামিন থাকে। যিয়ে পুষ্টিৰ অভাৱ পূৰণ কৰে। বেদনত মজুত থকা খনিজে শৰীৰক শক্তি প্ৰদান কৰে।

কণী, মাছ আৰু মাংস খাদ্য তালিকাত ৰাখিব
কণী, মাছ আৰু মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। এই প্ৰটিনে শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে। দেহত খনিজ আৰু ভিটামিনৰ ঘাটি পূৰণ কৰা কামতো এইকেইবিধ খাদ্য সহায়ক। ডেংগুত আক্ৰান্ত ব্যক্তিয়ে প্ৰতিদিনেই প্ৰাণীজ প্ৰটিন খাব লাগে।

আপেল বা মধুৰী খাওক
এই দুইবিধ ফলতেই প্ৰচুৰ পৰিমানে ভিটামিন চি আছে। সেয়ে নিয়মিত আপেল আৰু মধুৰী খাব লাগে। ভিটামিন চিৰ ওপৰিও দুইবিধ ফলে ভিটামিন আৰু খনিজৰ পুষ্টিও পুৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষী
অপৰাধ

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

November 30, 2023
AIUDF
অসম

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

November 29, 2023
অনুষ্কা
অসম

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

November 29, 2023
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ
জীৱনশৈলী

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

November 27, 2023
Next Post
চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ

চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ

ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি

ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.