• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ

চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ

3 years ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

21 minutes ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

2 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

2 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

3 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

4 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

5 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

6 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

6 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

7 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

7 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

8 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ

editor by editor
October 18, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ
0
SHARES
23.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ DAক লৈ ডাঙৰ ঘোষণা মোদী চৰকাৰৰ। যাৱতীয় জল্পনাৰ অৱসান ঘটাই ৪ শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। অক্টোবৰত পূজাৰ সময়তেই এই ভাল খবৰ কৰ্মচাৰীসকলৰ উদ্দেশ্যে দিছে মোদী শাসনাধীন চৰকাৰে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ মহাৰ্ঘ ভাট্টা ৪২ শতাংশৰ পৰা বাঢ়ি ৪৬শতাংশ হৈছেগৈ। উল্লেখ্য যে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক যুঁজ দিবৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰিছে।

উল্লেখ্য যে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ সহায়তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰে। বছৰত দুবাৰকৈ এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰা হয়। জানুৱাৰী আৰু জুলাই মাহত এই মহাৰ্ঘ ভাট্টা আপডেট কৰা হয়। এইবাৰ DA বঢ়োৱাৰ কথা অক্টোবৰত ঘোষণা কৰা হয়। অক্টোবৰত দৰমহাৰ সৈতে এইবাৰ ভাট্টাৰ ধনো যুক্ত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনভোগীসকলৰ মহাৰ্ঘ ভাট্টা আছিল ৪২ শতাংশকৈ। এই পৰিস্থিতিত মহাৰ্ঘ ভাট্টা ৪ শতাংশ বৃদ্ধি পাৰে। এই ভাট্টা ১ জুলাই ২০২৩ৰ পৰা বৃদ্ধি হৈছে। অৰ্থাৎ অক্টোবৰৰ দৰমহাৰ সৈতে ৪৬ শতাংশ হাৰত বকেয়া ভাট্টা পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। দেৱালীৰ আগে আগেই এই ধন একাউণ্টত সোমাব কৰ্মচাৰীৰ।

দৰমহা কিমান বাঢ়িব?
DA কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মূল দৰমহাৰ এটা অংশ হিচাপে গণনা কৰা হয়। যি হাৰত দেশত মুদ্ৰাস্ফীতি ক্ৰমে বাঢ়িবলৈ ধৰিছে, সেই মুদ্ৰাস্ফীতিৰ মাজত চৰকাৰী কৰ্মচাৰীসকলক স্বাস্তি দিবলৈকে মোদী চৰকাৰে এই মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰিছে। DA বাঢ়িলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি পাব। উদাহৰণ হিচাপে যদি কোনো কৰ্মচাৰীৰ দৰমহা ৩৬৫০০ হয় তেন্তে DA বৃদ্ধি হৈ তেওঁৰ দৰমহা ১৪৬০টকালৈ বৃদ্ধি পাব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৪৭লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনভোগী উপকৃত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

July 13, 2026
Next Post
ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি

ভাৰতত নহ’ব! অৱশ্যে এই ১০খন মুছলমান দেশে দিছে সমলিংগৰ বিবাহক স্বীকৃতি

প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?

প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.