• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

4 years ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

35 minutes ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

1 hour ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

3 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

3 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

4 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

5 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

6 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

7 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

8 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

9 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

editor by editor
March 28, 2022
in অসম, ভাৰত, ৰাজনীতি
0
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ
0
SHARES
42
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ আৰু ২৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ জনগণ নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহে আহ্বান জনোৱা ভাৰত বন্ধলৈ অলইণ্ডিয়া বেংক এমপ্লয়েজ ইউনিয়নৰ লগতে দেশৰ শ্ৰমিক, কৃষকসকলেও পূৰ্ণ সমর্থন আগবঢ়াইছে৷ যাৰ ফলত প্ৰথমটো দিনতে দেশৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ স্পষ্টভাৱে পৰা দেখা গৈছে।

বেংক ইউনিয়নসমূহে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণ আৰু বেংকিং আইন সংশোধনী বিধেয়ক ২০২১ৰ বিৰুদ্ধে প্ৰতিবাদত এই ভাৰত বন্ধ চামিল হোৱা বুলি প্ৰকাশ কৰিছে।

বামপন্থী শাসিত ৰাজ্য কেৰালাত ভাৰত বন্ধৰ সময়ত কেৰেলা ৰাজ্যিক পৰিহবহণ নিগমে যানবাহন চলাচল বন্ধ ৰখাৰ ফলত ৰাজপথত যান-বাহনৰ উপস্থিতি খুব সেৰেঙা হোৱা পৰিলক্ষিত হয়৷ অৱশ্যে ৰে’লৱে ষ্টেচন, চিকিত্সালয় আদিলৈ যোৱা লোকসকলক আৰক্ষীয়ে সহযোগিতা আগবঢ়োৱা দেখা গ’ল।

লগতে পঢ়ক ৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

ইফালে কেৰালা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ভাৰত পেট্ৰ’লিয়াম কৰ্পৰেছন লিমিটেডৰ ৫টাকৈ ইউনিয়নে ধৰ্মঘটত অংশগ্ৰহণৰ পৰা বিৰত থাকে।

আনহাতে, তৃণমূল কংগ্ৰেছ শাসিতৰাজ্য পশ্চিমবংগত ট্ৰেড ইউনিয়নবোৰক ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে৷ ইফালে ৰাজ্য চৰকাৰে সকলো চৰকাৰী কাৰ্যালয় খোলা ৰাখিবলৈ নিৰ্দেশজাৰি কৰাৰ লগতে কৰ্মচাৰীসকলক কৰ্মস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক হোৱাটছএপত পাকিস্তানক লৈ কি ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ভাৰতীয় যুৱতী?

পশ্চিমবংগ চৰকাৰে ধৰ্মঘটৰ দুয়োটা দিনতে সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটি আৰু অৰ্ধদিনৰ ছুটি সম্পূৰ্ণৰূপে বাতিল কৰিছে। ৰাজ্যখনৰ চৰকাৰে কোনো চৰকাৰী কৰ্মচাৰীয়ে কৰ্মস্থলীত উপস্থিত নহ’লে ইয়াক চৰকাৰী নিৰ্দেশনা উলংঘন বুলি বিবেচনা কৰি দৰমহা কৰ্তন কৰিব বুলিও প্ৰকাশ কৰিছে৷

পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচন চাৰিখন ৰাজ্যত বিজেপিয়ে জয়লাভ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ জন বিৰোধী নীতিসমূহৰ বিৰোধিতাৰে দেশজুৰি ধৰ্মঘট আহ্বান কৰা হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambharat bandh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
Next Post
পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

মৃত্যুদূত ৱে’গনাৰ হাতৰ পৰা পুনৰ প্ৰাণৰক্ষা পৰিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ!

মৃত্যুদূত ৱে’গনাৰ হাতৰ পৰা পুনৰ প্ৰাণৰক্ষা পৰিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.