• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?

4 years ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

20 minutes ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

52 minutes ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

3 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

4 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

5 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

6 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

7 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?

editor by editor
March 28, 2022
in বাণিজ্য, বিবিধ, বিশ্ব
0
অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি ভাবকচোন এটা উটৰ মূল্য কিমান হ’ব পাৰে? আপোনাৰ মতে এটা উটৰ দাম লাখৰ ঘৰত নে কোটিৰ ঘৰত? আপুনি নিশ্চয় লাখৰ ঘৰত বুলিয়েই ক’ব!

কিন্তু আমি আপোনাক এনে এটা উটৰ কথা জনাবলৈ আগবাঢ়িছো, যাৰ মূল্য লাখৰ কথা বাদেই দিয়ক কে’বাকোটি টকাও৷ হয়, সেই বিশেষ উটটোৰ দাম ১ বা ২ কোটিও টকা নহয়, ইয়াৰ মূল্য হৈছে ১৪ কোটি টকাৰো অধিক৷

লগতে পঢ়ক হোৱাটছএপত পাকিস্তানক লৈ কি ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ভাৰতীয় যুৱতী?

গল্ফ নিউজৰ এক প্ৰতিবেদন মতে ছৌদি আৰৱত এটা উট ১৪ কোটি ২৩ লাখ টকাত নিলাম হৈছে৷ প্ৰতিবেদনখনৰ মতে ৰমজান মাহৰ পূৰ্বেও সংশ্লিষ্ট উটটো নিলাম কৰা হৈছিল৷

১০ কোটি ১৬ লাখ টকাৰ পৰা উটটোৰ নিলামৰ দৰ আৰম্ভ কৰা হৈছিল ৷ নিলাম অনুষ্ঠানত উটটো দৰ উঠে ১৪ কোটি ২৩ লাখ টকা৷

অৱশ্যে ১৪ কোটি ২৩ লাখ টকাত উটটো ক্ৰয় কৰা লোকজনৰ সবিশেষ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই৷ ইফালে এই উটটোৱে উটৰ নিলামত বিশ্বৰ আটাইতকৈ দামী উট বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক IPLৰ অনুষ্ঠানত বক্সাৰ লাভলীনাক সন্মান BCCIৰ, ২৫ লাখ টকাৰ চেক প্ৰদান

উল্লেখ্য যে মৰুদেশ ছৌদি আৰৱত অতি দুলৰ্ভ উটকহে নিলাম কৰা হয় বুলি জনা যায়৷ ইফালে ছৌদি আৰৱৰ জনজীৱনৰ সৈতে উটৰ বিশেষ ভূমিকা আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammost expensive camel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

May 27, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
Next Post
কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন