• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

3 years ago
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

17 hours ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

17 hours ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

18 hours ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

18 hours ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

21 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

22 hours ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

22 hours ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

23 hours ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

24 hours ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

2 days ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

2 days ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

editor by editor
March 28, 2022
in অসম, উত্তৰ-পূব, ক্ৰীড়া
0
৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ
0
SHARES
42
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ২০২২। ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগখনৰ বাবে শুভেচ্ছা জনাইছে অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে।

নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেশ্যনে ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীৰ দেশভক্ত তৰুনৰাম ফুকন ইন্দ’ৰ ষ্টেডিয়ামত আয়োজন কৰিছে টেবুল টেনিছৰ গ্লেমাৰিয়াছ লীগখন। দেওবাৰে ষোল্লটা দলৰ স্বত্বাধীকাৰীসকলক গুৱাহাটীৰ লেণ্ডমাৰ্ক হোটেলত সম্বৰ্ধনা জনাই আয়োজকসকলে।

 

লগতে পঢ়ক IPLৰ অনুষ্ঠানত বক্সাৰ লাভলীনাক সন্মান BCCIৰ, ২৫ লাখ টকাৰ চেক প্ৰদান

গ্লেমাৰিয়াছ লীগখনত দেশৰ বিভিন্ন প্ৰান্তৰ ছিনিয়ৰ জুনিয়ৰ খেলুৱৈয়ে অংশ ল’ব। এই প্ৰতিযোগিতাত অসমৰ উঠি অহা খেলুৱৈসকল উপকৃত হ’ব বুলি কয় আয়োজক সমিটিৰ সচিব প্ৰধান মানস প্ৰতীম দাসে।

তিনিদিনীয়া ব্যয় বহুল বিশেষ প্ৰতিযোগিতাখনকলৈ আশাবাদী অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোঁহাই। তাৰকা খেলুৱৈগৰাকীয়ে টেবুল টেনিছ প্ৰিমিয়াৰ লীগখনৰ সফল আয়োজনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

লগতে পঢ়ক অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?

টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগখনৰ অধ্যক্ষৰ দায়িত্বত আছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamglamirous united primier leaguetable tannies
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল
ক্ৰীড়া

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

May 18, 2025
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী
ক্ৰীড়া

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

May 18, 2025
বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক
ক্ৰীড়া

বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

May 16, 2025
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ
ক্ৰীড়া

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ

May 15, 2025
Next Post
অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?

অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?

কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.