• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

4 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

8 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

9 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

10 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

11 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

11 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

12 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

12 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

13 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

editor by editor
March 28, 2022
in বিশ্ব, স্বাস্থ্য
0
কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯৮ সংখ্যক অস্কাৰ প্ৰদান অনুষ্ঠানত নিজৰ খং সম্বৰণ কৰিব নোৱাৰি এইবাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা বিজয়ী উইল স্মিথে কমেডিয়ান তথা অনুষ্ঠানৰ হ’ষ্ট ক্ৰিছ ৰ’কৰ গালত প্ৰচণ্ড চৰ সোধায়৷

সমগ্ৰ ঘটনাটোৱে এতিয়া বিশ্বজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ আচলতে কিয় হলিউদৰ অভিনেতাগৰাকীয়ে মঞ্চলৈ গৈ কমেডিয়ান ক্ৰিছ ৰ’কক প্ৰচণ্ড চৰ সোধালে?

চৰ সোধাই আহিয়ে কমেডিয়ান ক্ৰিছৰ বিৰুদ্ধে স্মিথে নিজৰ পত্নী অভিনেত্ৰী জাডা পিঙ্কেটৰ ৰোগক কমেডীৰ নামত তাচ্ছিল্য কৰাৰ অভিযোগ তোলে৷

লগতে পঢ়ক ৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

উল্লেখ্য যে জাডা পিঙ্কেটে এক বিশেষ ৰোগত আক্ৰান্ত হৈ মূলৰ চুলি হেৰুওৱাইছে৷ বৰ্তমান পিঙ্কেটৰ মূৰত চুলি নাই৷ কমেডিয়ান ক্ৰিছে পিঙ্কেটৰ এই অৱস্থাটোক লৈ ৰগৰ কৰিলেও পিঙ্কেটে বিব্ৰতবোধ কৰাটো কেমেৰাৰ স্ক্ৰীণত স্পষ্ট হৈ পৰিছিল৷ যিটোক সহ্য কৰিব নোৱাৰি স্বামী উইল স্মিথে মঞ্চলৈ গৈ ক্ৰিছক প্ৰচণ্ড চৰ সোধালে৷

উইল স্মিথৰ পত্নী জাডা পিঙ্কেটে  অল’পেচিয়া অ’ৰিয়েটা ৰোগত ভুগি আছে৷ উক্ত ৰোগত ভুগি থকাৰ ফলতে তেওঁৰ মূৰৰ চুলিবোৰ সৰি পৰিছে৷ এতিয়া কথা হ’ল কি এই অ’লপেচিয়া অ’ৰিয়েটা?

এই ৰোগটো হ’লে মানুহৰ মূৰৰ চুলিবোৰ নিজেই সৰি পৰে৷ এই ৰোগত ভুগিলে কিছুমানৰ চুলি সামান্য পৰিমাণে সৰিলেও কিছুমানৰ সম্পূৰ্ণৰূপেই সৰি পৰা দেখা যায়৷

লগতে পঢ়ক হোৱাটছএপত পাকিস্তানক লৈ কি ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ভাৰতীয় যুৱতী?

এই ৰোগত পুৰুষ মহিলা তথা যিকোনো লিংগৰ মানুহেই আক্ৰান্ত হ’ব পাৰে৷ সাধাৰণতে ত্ৰিশ বছৰৰ তলৰ ব্যক্তিয়ে এই ৰোগত আক্ৰান্ত হয়৷ অৱশ্যে ৩০ উৰ্ধৰ লোকেও আক্ৰান্ত নোহোৱা নহয়৷

এই ৰোগত আক্ৰান্ত হৈ চুলি সৰাৰ ৰক্ষা পৰা নাযায়৷ অৱশ্যে চুলি পুনৰ বৃদ্ধিৰ বাবে চিকিৎসকে সমাধানৰ কিছুমান বিকল্প পৰামৰ্শ দিব পাৰে৷ বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পোৱা মতে এই ৰোগৰ চিকিৎসাৰ বাবে আক্ৰান্ত লোকক ক’ৰ্টিক’ষ্টেৰ’য়ড  ব্যৱহাৰ কৰিবলৈ দিয়া হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alopecia Areataasom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJada pinkettWill Smith
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.