• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

5 years ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

27 minutes ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

1 hour ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

2 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

2 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

3 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

11 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

11 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

12 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

12 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

13 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

13 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

editor by editor
March 28, 2022
in বিশ্ব, ৰাজনীতি
0
পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত জল্পনা কল্পনা কৰাৰ দৰেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাতো নিশ্চিত হ’ল৷

পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হ’ব৷ অহা ৩১ মাৰ্চত পাকিস্তানৰ সংসদে প্ৰধানমন্ত্ৰী ইৰমাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত ভোটদান কৰা হ’ব৷

পাকিস্তানৰ সংসদৰ অধ্যক্ষই প্ৰকাশ কৰা মতে ৩১ মাৰ্চৰ সন্ধিয়া ৪ বজাত অনাস্থা প্ৰস্তাৱৰ ভোটদান অনুষ্ঠিত কৰা হ’ব৷

লগতে পঢ়ক কেন্দ্ৰীয় চৰকাৰৰ দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

উল্লেখ্য যে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে ১৬১ গৰাকী সাংসদে ঐক্যৱদ্ধ হৈছে৷ ১৬১ গৰাকী সাংসদে সংসদত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সমৰ্থন কৰিছে৷

প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধী নেতা শ্বাহবাজ শ্বৰীফে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে৷ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি বিৰোধী নেতা শ্বৰীফে জনতাই ইমৰাণ খানৰ চৰকাৰ ওপৰত আস্থা ৰখা নাই বুলি দাবী কৰিছে৷

লগতে পঢ়ক অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?

উল্লেখ্য যে যোৱা শুকুৰবাৰেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থাত প্ৰস্তাৱ উত্থাপন কৰাৰ কথা আছিল৷ কিন্তু অধ্যক্ষই সেই প্ৰস্তাৱ উত্থাপনৰ অনুমতি প্ৰদান কৰা নাছিল৷

ইফালে ইমৰাণ খানে বিদেশী শক্তিৰ সহযোগত বিৰোধীয়ে তেওঁৰ চৰকাৰক গাদীচ্যুৎ কৰিবলৈ তৎপৰ হোৱা বুলি অভিযোগ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom liev 24assam live 24asssam ka tazza khabarfaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assambest news portal min assamimran khanPak PM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
Next Post
মৃত্যুদূত ৱে’গনাৰ হাতৰ পৰা পুনৰ প্ৰাণৰক্ষা পৰিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ!

মৃত্যুদূত ৱে’গনাৰ হাতৰ পৰা পুনৰ প্ৰাণৰক্ষা পৰিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ!

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.