অসম লাইভ ২৪ঃ ভূপেন কুমাৰ বৰা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি। শনিবাৰে aiccয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে সভাপতিৰ নাম। তিনিজনক কার্যকৰী সভাপতিৰূপে নিৰ্বাচিত কৰিছে aiccয়ে। সেইকেইজন হৈছে ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰ। উল্লেখ্য, নৱনিৰ্বাচিত সভাপতি ভূপেন কুমাৰ বৰা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















