• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ অনুৰাগীৰ প্ৰাৰ্থনা, পত্নীৰ মৰম নেওচি গ’লগৈ বিবেক পাংগেনী! চিকিৎসকৰ সকলো চেষ্টাই কিয় বিফল হ’ল বিবেকৰ ক্ষেত্ৰত?

লাখ লাখ অনুৰাগীৰ প্ৰাৰ্থনা, পত্নীৰ মৰম নেওচি গ’লগৈ বিবেক পাংগেনী! চিকিৎসকৰ সকলো চেষ্টাই কিয় বিফল হ’ল বিবেকৰ ক্ষেত্ৰত?

1 year ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

39 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

59 minutes ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

2 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

3 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

4 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

5 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

5 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

6 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

6 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লাখ লাখ অনুৰাগীৰ প্ৰাৰ্থনা, পত্নীৰ মৰম নেওচি গ’লগৈ বিবেক পাংগেনী! চিকিৎসকৰ সকলো চেষ্টাই কিয় বিফল হ’ল বিবেকৰ ক্ষেত্ৰত?

লাখ লাখ অনুৰাগীৰ প্ৰাৰ্থনা, পত্নীৰ মৰম নেওচি গ’লগৈ বিবেক পাংগেনী! চিকিৎসকৰ সকলো চেষ্টাই কিয় বিফল হ’ল বিবেকৰ ক্ষেত্ৰত?

editor by editor
December 20, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
লাখ লাখ অনুৰাগীৰ প্ৰাৰ্থনা, পত্নীৰ মৰম নেওচি গ’লগৈ বিবেক পাংগেনী! চিকিৎসকৰ সকলো চেষ্টাই কিয় বিফল হ’ল বিবেকৰ ক্ষেত্ৰত?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত তেওঁ খুবেই জনপ্ৰিয় হৈ পৰিছিল৷ তেওঁৰ ভিডিঅ’ দেখিলে আপুনিও হয়তো লাইক বা কেয়াৰ ইমজি এটা তেওঁৰ বাবে দিছিল৷ ছচিয়েল মিডিয়াত লাখ লাখ লোকৰ হৃদয়ত স্থান দখল কৰা বিবেক পাংগেনীৰ ২০২৪ চনৰ ১৯ ​​ডিচেম্বৰত মৃত্যু হয়।

দীৰ্ঘদিন ধৰি মগজুৰ কৰ্কটত আক্ৰান্ত হৈ আছিল তেওঁ। কৰ্কটৰ সৈতে যুঁজি থাকিলেও বিবেক আৰু তেওঁৰ পত্নী ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যথেষ্ট সক্ৰিয় আছিল। তেওঁৰ পত্নী সৃজনীয়ে দুয়োৰে ভিডিঅ’বোৰ অবিৰতভাৱে শ্বেয়াৰ কৰি আছিল৷ তেওঁৰ কাহিনীয়ে লাখ লাখ মানুহক অনুপ্ৰাণিত কৰাৰ লগতে দুয়োকে ৰোগৰ সৈতে যুঁজিবলৈকো সাহস দিছিল৷ অৱশেষত কৰ্কটৰ ওচৰত হাৰ মানিলে বিবেকে৷ সৃজনাক এৰি ঘূৰি নহাৰ বাটেৰে গ’লগৈ বিবেক৷ সৃজনালৈ থৈ গ’ল ভালপোৱাৰ সুগন্ধি থকা এখিনিমান স্মৃতি৷ বিবেকৰ মৃত্যুৰ খবৰ ভাইৰেল হোৱাৰ পাছতেই লাখ লাখ লোকে শ্বেয়াৰ কৰিছে তেওঁৰ পোষ্ট৷ তেওঁক শেষ শ্ৰদ্ধা কাষত ৰৈ জনাবলৈ নাপালেও সামাজিক মাধ্যমতেই দিছে এমুঠি অশ্ৰুঅঞ্জলী৷

কৰ্কটৰ সৈতে সাহসেয়ে যুঁজি গ’ল বিবেকে

বিবেক পাংগেনী ব্ৰেইনৰ কৰ্কটত আক্ৰান্ত হৈছিল৷ বিবেকৰ অসুখৰ কথা তেওঁৰ পত্নী সৃজনায়ে সামাজিকমাধ্যমযোগে জনাইছিল সকলোকে৷ ইনষ্টাগ্ৰাম ৰিল আৰু ভিডিঅ’ত তেওঁৰ চিকিৎসা, মানসিক সংগ্ৰাম আৰু শক্তিশালী ইচ্ছাশক্তিও দেখুওৱা হৈছিল৷ এই ভিডিঅ’সমূহৰ জৰিয়তে তেওঁ এই বাৰ্তাই দিছিল যে, কঠিন সময়তো আশা আৰু ইতিবাচকতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। বিবেকে ষ্টেজ ৪ ব্ৰেইন কেন্সাৰৰ সৈতে যুঁজি আছিল, য’ত তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা অতি কম আছিল, কিন্তু তথাপিও তেওঁ হাৰ নামানি যুঁজ দিছিল৷ এই যুঁজত তেওঁক সংগ দিছিল পত্নী সৃজনাই৷

স্বাস্থ্যৰ ধাৰাবাহিক অৱনতি ঘটিছিল বিবেকৰ

শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছিল। চিকিৎসাৰ চলি থকাৰ মাজতেই ১৯ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাই তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীক গভীৰ শোকত পেলাইছে৷ তেওঁৰ সৈতে প্ৰতি সময়তে সংগ দিয়া পত্নী সৃজনা কোন সেই বিষয়েও এতিয়া জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন৷

সৃজনা সুবেদী কোন?

বিবেক পাংগেনীৰ পত্নী সৃজনা সুবেদী মূলতঃ নেপালৰ আৰু বৰ্তমান তেওঁ আমেৰিকাত বাস কৰে৷ বিবাহৰ পিছত তেওঁৰ জীৱনটো অতি সুখেৰে চলি আছিল যদিও হঠাৎ স্বামীৰ কেন্সাৰ ধৰা পৰে৷ ইয়াৰ পিছত সৃজনাই স্বামীক প্ৰতিটো খোজতে সহায় কৰিছিল আৰু কঠিন সময়ত তেওঁৰ সকলো প্ৰয়োজনৰ যত্ন লৈছিল। নিজৰ সাধ্য অনুসৰি স্বামীৰ সেৱা কৰি আছিল৷

সৃজনাই নিজেই কাটি পেলাইছিল সুন্দৰ চুলিকোছা

সৃজনা চুবেৰীৰ প্ৰতিও মানুহ আকৰ্ষিত হৈছিল। স্বামী বিবেকক তেওঁ যথেষ্ট ভালপাইছিল যাৰ বাবে বিবেকৰ চুলি সম্পূর্ণ নোহোৱা হৈ যোৱা দেখি নিজৰ চুলিও কাটি পেলালে৷ সৃজনাই স্বামীৰ কঠিন সময়ত সকলো ধৰণেৰে সহায় কৰিছিল। স্বামীৰ মৃত্যুৰ পিছতে সৃজনা ভাঙি পৰিছে৷ অনুৰাগীৰ প্ৰাৰ্থনা বিবেকৰ আত্মাই শান্তি পাওক লগতে এই দুখৰ পৰা সোনকালেই যাতে সৃজনা ওলাই আহিব পাৰে তাৰবাবে নেদেখাজনে শক্তি দিয়ক সৃজনাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ
জীৱনশৈলী

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

March 30, 2026
Next Post
মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মাহিলী কিমান দৰমহা পায় সুনীতা উইলিয়ামছে? শুনিলে চকু কঁপালত উঠিব আপোনাৰ

নতুন বছৰত শনি-ৰাহুৰ কৃপা! ধন সম্পত্তিৰে ভৰিব ৫ৰাশিৰ জাতক-জাতিকাৰ ঘৰ

নতুন বছৰত শনি-ৰাহুৰ কৃপা! ধন সম্পত্তিৰে ভৰিব ৫ৰাশিৰ জাতক-জাতিকাৰ ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.