দিল্লীৰ পৰা উভতিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। কেন্দ্ৰীয় নেতৃত্বৰ হাতত বিচাৰৰ বাবে এৰিলে উজনিৰ ২৫ সমষ্টিৰ প্ৰাৰ্থী তালিকা। কোন IN কোন out?