• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিত যোগদান KMSSৰ কেইবাগৰাকী সদস্যৰ

বিজেপিত যোগদান KMSSৰ কেইবাগৰাকী সদস্যৰ

6 years ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

20 minutes ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

28 minutes ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

1 hour ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

2 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

2 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

3 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

4 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

5 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

6 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

6 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিজেপিত যোগদান KMSSৰ কেইবাগৰাকী সদস্যৰ

KMSSৰ পদত্যাগী নেতা লেখন হাজৰিকাৰো বিজেপিত যোগদান

editor by editor
August 31, 2020
in অসম, ৰাজনীতি
0
বিজেপিত যোগদান KMSSৰ কেইবাগৰাকী সদস্যৰ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হেঙেৰাবাৰীত বাজপেয়ী ভৱনত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীত যোগদান কাৰ্যসূচী। সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় যোগদান কাৰ্যসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী পদত্যাগী নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপিত। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা লেখন হাজৰিকাই যোগদান কৰে বিজেপিত। ইপিনে, লখিমমপুৰ জিলাৰ কৃষক মুক্তিৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈয়ো যোগ দিয়ে বিজেপিত। লখিমপুৰ জিলাৰ কৃষক মুক্তিৰ সভাপতি বাপধন মিলিৰো বিজেপিত যোগদান। বিজেপিত যোগদান কৰে কে এম এছ এছৰ সদস্য পংকজ গগৈ, ভূপেন মিলি, ভুৱনেশ্বৰ দেউৰী, ৰাজু সোনোৱাল, ডিম্বেশ্বৰ হাজৰিকা, নেত্ৰ লিম্বু, ঠগীৰাম দাস, কৃষক মুক্তিৰ প্ৰগতিশীলৰ বিত্ত সম্পাদক হিৰণ্য হাজৰিকাই। ইফালে কে এম এছ এছৰ সদস্য স্বপ্নজ্যোতি হাজৰিকা, পূৰৱী হাজৰিকা গগৈ, পপীয়া দত্ত, মীনা চৌধুৰী, ৰাতুল বৰুৱা, বিতোপন বৈশ্য, অমৰ কলিতা, বিবেক শইকীয়া, পংকজ কৈৱৰ্ত, বিকাশ শইকীয়া, প্ৰদীপ দাস, প্ৰাঞ্জল ৰাজবংশী, ৰিংকু কলিতা, মৃণাল কলিতা, ৰিদীপ বণিয়া, বিকী নায়ক, গগণ কলিতা, প্ৰণৱ দাস, সনটক পাঠক আৰু নেত্ৰ তামুলীয়ে বিজেপিত যোগ দিয়ে। মুঠ কে এম এছ এছৰ ২৬ গৰাকী সদস্য সোমবাৰে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত। আনহাতে অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সহঃ সাধাৰণ সম্পাদক তথা ভাৰতীয় মজদুৰ সংঘৰ প্ৰাক্তন উপ-সভাপতি বীৰেণ কৈৰী, ভাৰতীয় মজদুৰ সংঘৰ প্ৰাক্তন সদস্য মিন্ন ঘাটোৱাৰ, ন-সত্ৰ, কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধনজিৎ ডেকাই যোগদান কৰে বিজেপিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam bjpassam live 24axom live 24bjp joiningkmss
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
Next Post
নিষিদ্ধ ড্ৰাগছৰ বেহা কৰিছিল ৰিয়াই

নিষিদ্ধ ড্ৰাগছৰ বেহা কৰিছিল ৰিয়াই

অসমত ৰে’লসেৱা আৰম্ভ কৰাৰ দাবী

অসমত ৰে’লসেৱা আৰম্ভ কৰাৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.