• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

1 year ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

1 hour ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

1 hour ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

2 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

2 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

3 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

5 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

6 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

7 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

8 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

8 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?

editor by editor
December 19, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
দোষী প্ৰমাণিত হ’লে ১০বছৰ জে’ল! কি কাৰণত গ্ৰেপ্তাৰ হ’ব পাৰে ৰাহুল গান্ধী?
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে FIR দাখিল কৰিছে বিজেপিয়ে৷ বৃহস্পতিবাৰে পুৱা সংসদ ভৱনত হোৱা হতাহতিত সোমাই পৰিছিল কংগ্ৰেছ আৰু বিজেপিৰ সাংসদ৷ অভিযোগ যে দুজন সাংসদ জখম হৈছিল বিৰোধী দলনেতা ৰাহুল গান্ধীৰ ধাক্কাত৷ স্বাভাৱিকভাৱেই প্ৰশ্ন উঠিছে, ৰাহুল গান্ধী গ্ৰেপ্তাৰ হ’ব নেকি? দোষী প্ৰমাণিত হ’লে কিমান বছৰৰ শাস্তি পাব ৰাহুলে? এইক্ষেত্ৰত কোৱা হৈছে যে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত উচ্চতৰ কৰ্তৃপক্ষৰ অনুমতিৰ প্ৰয়োজন৷

যদি এই অপৰাধ ৰাহুলে সঁচাকৈ কৰাৰ প্ৰমাণ পোৱা যায়ে তেতিয়া ৰাহুলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৮৯(৫) ধাৰাৰ অধীনত গোচৰ ৰুজু হ’ব৷ সাধাৰণ আঘাতৰ ক্ষেত্ৰত ১১৫(২) আৰু গুৰুতৰ আঘাতৰ ক্ষেত্ৰত ১১৭(২)ধাৰা আৰোপ কৰা হয়৷ উভয়ক্ষেত্ৰতেই দোষী প্ৰমাণিত হ’লে সৰ্বোচ্চ ৭বছৰৰ কাৰাদণ্ড হ’ব পাৰে৷ বিজেপি সাংসদ অনুৰাগ ঠাকুৰে জনাইছে যে, ৰাহুলৰ বিৰুদ্ধে ১০৯, ১২৫, ১৩১ ও ১০৯ ধাৰাৰ অধীনত অভিযোগ দাখিল কৰা হৈছে৷ ইয়াৰ মাজতেই ১০৯ ধাৰাটো হৈছে হত্যাৰ চেষ্টাৰ অভিযোগ৷

এই ধাৰাত সৰ্বোচ্চ শাস্তি হ’ব পাৰে ১০ বছৰৰ জে’ল৷ এদিন লোকসভাৰ স্পিকাৰ ওম বিৰালাক এখন চিঠি লিখিছে কংগ্ৰেছৰ জাতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে৷ তাতেই অভিযোগ কৰিছে ৰাহুল গান্ধীক লোকসভাত সোমাবলৈ বাধা দিছিল বিজেপি সাংসদে৷ তেওঁক ধাক্কা দিয়া হয়৷ ইয়াৰ ফলত তেওঁ ভাৰসাম্য হেৰুৱাই পেলাই পৰি আঘাতপ্ৰাপ্ত হয়৷ এই ঘটনাক লৈ ৰাহুল গান্ধীৰ দাবী, ‘মই সংসদত সোমাব খোজোতেই বিজেপি সাংসদে ঘেৰি ধৰিছিল৷ মোক ধাক্কা দিছিল৷ ধাক্কাধাক্কি বুলিবলৈ সিমানেই হৈছে৷’ পাছত সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, ‘আৰম্ভণিৰে পৰাই তেওঁলোকৰ লক্ষ্য আছিল আদানি ইছ্যু উঠাবলৈ নিদিও৷ প্ৰথম কেইবাদিনো অধিবেশন চলিবলৈ নিদিলে৷ তেওঁলোকৰ মানসিকতা, গণতন্ত্ৰ, সংবিঘান, অম্বেদকাৰ বিৰোধী আৰু আজি সকলো অতিক্ৰম কৰি গ’ল৷ লাঠি হাতত লৈ আমাৰ শান্তিপূৰ্ণ বিক্ষোভৰ সন্মুখলৈ আহে৷ লক্ষ্য এওঁলোকৰ এটাই আদানীক বচাব লাগে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
Next Post
সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

সুদৰ হাৰ ৮.২শতাংশ, কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে বিনিয়োগ কৰক এই চৰকাৰী প্ৰকল্পত

৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.