অসম লাইভ২৪:
তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছতেই মেঘালয়ৰ প্ৰেক্ষাপটলৈ সকলোৰে দৃষ্টি। দুখন আসন লাভেৰে বিজেপিয়ে মেঘালয়ত চৰকাৰ গঠন কৰিব পাৰিবনে?
সকলোৰে চৰ্চাত যতি পেলাই ৭ মাৰ্চত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব কনৰাড চাংমাই। এন পি পি এ, বি জে পি, এইচ এচ বি পি আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থনত গঠন কৰিব চৰকাৰ।
ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত বিজয়ী ৩২ বিধায়কৰ তালিকা দাখিল। ৭ মাৰ্চত দ্বিতীয় বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব কনৰাড চাংমাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ