• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

3 weeks ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

2 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

2 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

3 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

3 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

3 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

4 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

5 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

5 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

6 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

6 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

8 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

হঠাৎ কি হ'ল চলমান খানৰ?

editor by editor
August 4, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইসপ্তাহমানৰ পৰা বলীউডৰ ‘ভাইজান’ চলমান খানৰ হঠাৎ ক্ষীণ ৰূপটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ মুম্বাইত বস্তি পুনৰ্বাসন কৰ্তৃপক্ষৰ অনুষ্ঠানত তেওঁৰ পৰিৱৰ্তিত ৰূপ দেখি বহু অনুৰাগীয়ে চিন্তিত হৈ পৰিছিল। কিছুমানে তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি বিভিন্ন উৰাবাতৰি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ ছলমান খানে নিজেই এই সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পেলাইছে।

শেহতীয়াকৈ চলমানে প্ৰাইম ভিডিঅ’ৰ ৰিয়েলিটি শ্ব’ ‘এলায়েন্স’ৰ অন্তিম সপ্তাহত নিজৰ কনিষ্ঠ ভাতৃ সোহেল খানক উৎসাহিত কৰিবলৈ উপস্থিত হৈছিল। শ্ব’টোৰ সময়ত দুয়োজন ভাতৃয়ে ফিটনেছ আৰু ওজন হ্ৰাসৰ বিষয়ে মজাৰ কথা-বতৰা পাতিছিল। এই কথা-বতৰাৰ সময়ত চলমানে প্ৰথমবাৰৰ বাবে কাৰণ আৰু ওজন কমি যোৱাৰ পৰিমাণ দুয়োটাকে প্ৰকাশ কৰে।

শ্ব’টোৰ ভাইৰেল প্ৰ’ম’ত চলমানে সোহেলক কয়, “আপুনি বহুত ওজন কমিছে।” সোহেলে হাঁহি হাঁহি ছিক্সপেক দেখুৱাই ১২ কিলোগ্ৰাম ওজন কমিছে বুলি প্ৰকাশ কৰে। ভাতৃৰ কাহিনী শুনাৰ পিছত চলমান খানেও প্ৰকাশ কৰে যে তেওঁ নিজেই ১৬ কেজি কমিছে। এই কথা শুনি উপস্থিত সকলোৱে আচৰিত হ’ল।

চলমানৰ এই বক্তব্যত স্পষ্ট কৰি দিয়া হৈছে যে তেওঁৰ দুৰ্বল চেহেৰা কোনো অসুস্থতাৰ বাবে নহয়, বৰঞ্চ তেওঁৰ ফিটনেছ যাত্ৰাৰ এক অংশ। বিগত কিছুদিনত তেওঁৰ কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে, য’ত তেওঁক পূৰ্বতকৈ বহুত চিকন দেখা গৈছে। ইয়াৰ ফলত তেওঁৰ স্বাস্থ্য সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ বক্তব্যৰ জৰিয়তে এই উৰাবাতৰি সম্পূৰ্ণৰূপে আৱৰ্জনা কৰি পেলাইছে।

খবৰ অনুসৰি চলমান খানে নিজৰ আগন্তুক একচন প্ৰজেক্ট আৰু চিনেমাৰ বাবে প্ৰস্তুতি চলাবলৈ এই ওজন কমিছে। দীৰ্ঘদিন ধৰি তেওঁ নিজৰ ফিটনেছৰ প্ৰতি অতি সচেতন আৰু প্ৰতিটো ভূমিকাৰ লগত খাপ খুৱাই নিজৰ শৰীৰচৰ্চা সলনি কৰাৰ বাবে পৰিচিত। গতিকে এই নতুন ৰূপান্তৰ এটা বৃহত্তৰ প্ৰকল্পৰ অংশ বুলি বিশ্বাস কৰা হয়।

১৯৮৮ চনত ‘বিবি হো তো আইছি’ ছবিত অভিনয় কৰি পিছৰ বছৰত ‘মাইনে প্যাৰ কিয়া’ ছবিৰ জৰিয়তে অভাৰনাইট তাৰকা হিচাপে পৰিগণিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24bollywood newsSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
Next Post
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.