• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

editor by editor
May 1, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰণবীৰ সিং-দীপিকা পাডুকন, ৰণবীৰ কাপূৰ-আলিয়া ভাট্ট, সিদ্ধাৰ্থ মলহোত্ৰা-কিয়াৰা আদৱানী, বিকি কৌশল-কেটৰীণা কাঈফ বলীউডৰ অন্যতম যুঁটি। অভিনয় জগতৰ ওপৰিও বিবাহিত জীৱনক লৈয়ো এওঁলোক চৰ্চিত হৈয়েই থাকে। কিন্তু বলীউডৰ এনে বহু তাৰকা আছে যিসকলে অন্য তাৰকাৰ সৈতে বাগদান পৰ্ব সম্পন্ন কৰিও বিবাহৰ সম্পৰ্কৰ পৰা পিছুৱাই আহিছে। ছলমান খানৰ পৰা আৰম্ভ কৰি এই তালিকাত আছে অক্ষয় কুমাৰৰ দলে বলীউড তাৰকাৰো নাম। নব্বৈৰ দশকৰ পৰা বলীউডত নিজৰ পৰিচয় গঢ়ি তুলিছে ৰণধীৰ কাপূৰৰ কন্যা কৰিশ্মা কাপূৰে। অমিতাভ বচ্চনৰ পূত্ৰ অভিষেক বচ্চনৰ সৈতে বেছ কিছু বছৰ ধৰি সম্পৰ্কত আছিল কৰিশ্মা। ২০০০ চনত ৰিফিউজি ছবিৰ মাধ্যমেৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল অভিষেকে। বলীউডত ভৰি ৰখাৰ দুবছৰৰ ভিতৰত কৰিশ্মাৰ সৈতে বাগদানো সম্পন্ন হৈছিল অভিনেতা অভিষেকৰ।

বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ২০০২ চনত অমিতাভৰ জন্মদিনত বাগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল অভিষেক আৰু কৰিশ্মাই। কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছিদিন নিটিকিল। ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত অভিষেক আৰু কৰিশ্মাই তেওঁলোকৰ সম্পৰ্কত যতি পৰে। একে বছৰতেই উদ্যোগী সঞ্জয় কাপূৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কৰিশ্মা। কিন্তু এই সম্পৰ্ও বেছিদিন টিকি নাথাকিল। ইফালে ঐশ্বৰ্য ৰায়ৰ সৈতে ২০০৭ চনত বিবাহপাশত আৱদ্ধ হয় অভিষেক বচ্চন।

অভিষেক আৰু কৰিশ্মাৰ সম্পৰ্ক ভঙাৰ পাছত এই সম্পৰ্কত কেনেকৈ দূৰত্ব আহিল সেই সন্দৰ্ভত বচ্চন আৰু কাপূৰ পৰিয়ালে মুকলিকৈ কোনো কথা প্ৰকাশ নকৰিলে। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি কৰিশ্মাৰ মাতৃয়ে এই বিবাহত আপত্তি দৰ্শাইছিল। সেয়ে অভিষেকৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে কৰিশ্মাই।

আশী, নব্বৈৰ দশকৰ আন এগৰাকী পৰিচিত অভিনেত্ৰী হৈছে সংগীতা বিজলানী। ছলমান খানৰ সৈতে বিবাহৰ কথা আছিল সংগীতা বিজলানীৰ। দুই তাৰকাৰ বাগদান পৰ্ব সম্পন্ন হোৱাৰ পাছতেই দুয়োৰে বিচ্ছেদ হয়। বলীউডৰ সূত্ৰৰ খবৰ মতে ছবিত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ হোৱাৰ পূৰ্বেই সংগীতাৰ সৈতে পৰিচিত আছিল ছলমান খান। ১৯৮৬ চনৰ পৰা ৮ বছৰীয়া সম্পৰ্কৰ অন্তত দুয়ো বিবাহৰ বাবেও আগবাঢ়িছিল। ১৯৯৪চনৰ ২৭ মে’ত বিবাহৰ দিনো ধাৰ্য্য হৈছিল ছলমান আৰু সংগীতাৰ। বিবাহৰ কাৰ্ড ছপা হোৱাৰ পাছতো এই বিবাহ শেষ পৰ্যন্ত ভাঙি যায়।

সংগীতাৰ সৈতে সম্পৰ্কৰ বিচ্ছেদ অহাৰ পিছত অভিনেত্ৰী ছোমী আলিৰ সৈতে পৰকীয়া সম্পৰ্কত বান্ধ খাই ছলমান। বিবাহৰ কথা পাক্কা গোৱাৰ পাছত এইদৰে পৰকীয়া সম্পৰ্ক ৰখাক লৈ আপত্তি দৰ্শাই সংগীতাই। যাৰবাবে দুয়োৰে বিচ্ছেদ হয়। ছলমানেই প্ৰেমৰ বাবে চৰ্চাত আছিল তেনে নহয়। ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে বিবেক অৱৰয়ৰ সম্পৰ্কক লৈয়ো বলীউডত এসময়ত খুবেই চৰ্চা হৈছিল। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ছলমানৰ সৈতে সম্পৰ্কত যতি পৰাৰ পাছত বিবেকৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠে ঐশ্বৰ্যৰ। কিন্তু সেই সম্পৰ্কও বেছিদিন নিটিকিল। ঐশ্বৰ্যৰ সৈতে সম্পৰ্ক গঢ়াৰ পূৰ্বে গুৰপ্ৰীতৰ সৈতে বাগদান সম্পূৰ্ণ কৰিছিল অভিনেতা বিবেকেও।

বলীউডৰ আন এগৰাকী অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু অভিনেতা অক্ষয় কুমাৰৰো বাগদান সম্পূৰ্ণ হৈছিল। কিন্তু ১৯৯৮ চনত দুই তাৰকাৰ সম্পৰ্কত যতি পৰে। সেই সময়ৰ ভাইৰেল খবৰমতে অক্ষয়ে ৰবীনাক কৈছিল যে বিয়াৰ পাছত তেওঁ বলীউড ত্যাগ কৰিব লাগিব। সেই বিষয়টোক লৈয়েই দুয়োৰে মতবিৰোধ হয়। ৰবীনাই স্পষ্টকৈ জনাই দিয়ে যে তেওঁ নিজৰ কেৰিয়াৰৰ সৈতে কোনোধৰণৰ বুজাবুজি কৰিব নোৱাৰে। এই বিষয়টোক লৈ ৰবীনা আৰু অক্ষয়ৰ সম্পৰ্কত যতি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
‘ভোক লাগিছে মা’, পাছে খাদ্য ৰান্ধি থাকোতেই চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃসহ ৩ শিশু নিহত

'ভোক লাগিছে মা', পাছে খাদ্য ৰান্ধি থাকোতেই চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃসহ ৩ শিশু নিহত

১০০ বছৰৰ মূৰকত অক্ষয় তৃতীয়াৰ দিনা সংযোগ ঘটিব বিশেষ যোগৰ, জিলিকি উঠিত এই তিনি ৰাশিৰ ভাগ্য

১০০ বছৰৰ মূৰকত অক্ষয় তৃতীয়াৰ দিনা সংযোগ ঘটিব বিশেষ যোগৰ, জিলিকি উঠিত এই তিনি ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.