• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এসময়ত ডেলিভাৰী বয়, পাছলৈ বলীউডৰ জনপ্ৰিয় অভিনেতা

এসময়ত ডেলিভাৰী বয়, পাছলৈ বলীউডৰ জনপ্ৰিয় অভিনেতা

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এসময়ত ডেলিভাৰী বয়, পাছলৈ বলীউডৰ জনপ্ৰিয় অভিনেতা

editor by editor
February 16, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
এসময়ত ডেলিভাৰী বয়, পাছলৈ বলীউডৰ জনপ্ৰিয় অভিনেতা
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এসময়ত ডেলিভাৰী বয়, পাছলৈ বলীউডৰ জনপ্ৰিয় অভিনেতা

চলচ্চিত্ৰ জগতত প্ৰৱেশৰ সপোন প্ৰায় সকলো অভিনেতা-অভিনেত্ৰীয়েই দেখে। অভিনয় কৰি ভালপোৱা বা অভিনয় কৰিব জনা সকলোৱে জীৱনত একো একোগৰাকী সফল অভিনেতা-অভিনেত্ৰী হব বিচাৰে। বহুতে বহু কষ্ট কৰি সেই সফলতা লাভ কৰে। কোনো বিফল হৈ ঘৰলৈ উভতে।

তাৰে মাজৰ এগৰাকী সফল অভিনেতা, যি জীৱনত বহু কষ্ট কৰি আজি এগৰাকী সফল তথা জনপ্ৰিয় অভিনেতা হিচাপে নাম কৰিছে। এই অভিনেতাই কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে সৰু সুৰা কাম কৰি পেট প্ৰৱৰ্তাইছিল।

এবাৰ এছটিডি বুথত অপাৰেটৰ হিচাপে কাম কৰিছিল। এবাৰ ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল । কিন্তু ভাগ্য সকলোৰে একে নাযায়। এই অবিনেতাগৰাকীৰো ভাগ্য ইমানেই জিলিকি উঠে যে তেওঁ পাছলৈ অভিনেতা হৈ পৰে। আজি তেওঁৰ ভিডিঅ’ আৰু ফটোবোৰে ছ’চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰি আছে।

তেখেতৰ চিনেমাই আজি দৰ্শকৰ হৃদয় জয় কৰিছে। সেই অভিনেতাগৰাকী হৈছে- বৰ্তমানে দ্বিতীয়বাৰৰ বাবে ছবিগৃগত মুক্তি পোৱা ‘সনম তেৰী কচম’ চিনেমাৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে।

‘সনম তেৰী কছম’ ছবিখনত হৰ্ষবৰ্ধনৰ শক্তিশালী চৰিত্ৰই দৰ্শকৰ পুনৰ এবাৰ হৃদয় জয় কৰিছে। ৯ বছৰৰ পূৰ্বে মুক্তি পাই ফ্লপ হোৱা ছবি পুনৰ এবাৰ মুক্তি পোৱা ছবিখনে বক্স অফিচত ব্লকবাষ্টাৰ হৈ ৪৫ কোটি টকা উপাৰ্জন কৰি ফ্লপ হোৱাৰ কলংক আঁতৰাই পেলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorBollywood MovieHarshbardhan Rane
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
‘ফাল্টু হয় কুম্ভ’- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ

'ফাল্টু হয় কুম্ভ'- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ

উলুবাৰী লোমহৰ্ষক ঘটনাৰ ন ন তথ্য ফাদিল, পাছে কি সঁচা-কি মিছা

উলুবাৰী লোমহৰ্ষক ঘটনাৰ ন ন তথ্য ফাদিল, পাছে কি সঁচা-কি মিছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.