• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

3 years ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

31 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 hour ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

2 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

editor by editor
November 3, 2022
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?
0
SHARES
52.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কোৱা হয় কুকুৰে মানুহক কামোৰাটো নিউজ নহয় কিন্তু মানুহে কুকুৰক কামোৰাটোহে নিউজ। ঠিক তেনে এটি ঘটনাই সংঘটিত হৈছে ছত্তিশগড়ত। ছত্তিশগড়ত সংঘটিত হোৱা ঘটনাটোৱে সকলোকে এতিয়া সচকিত কৰি তুলিছে। এটি ৮ বছৰীয়া এটি শিশুক সাপে খুটাৰ পাছতেই সাপটোৰ মৃত্যু ঘটিছে। ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা ৩৫০ কিঃমিঃ দূৰত্বত অৱস্থিত পণ্ডৰপধ গাঁৱত এই ঘটনা। পণ্ডৰপধ গাঁৱখনক বহুতেই নাগলোকৰ বাসিন্দা বুলিও কয়। এই গাঁৱখনত প্ৰায় ২০০ সাপে বুলি বহুতেই ক’ব খোজে। সেই গাওঁখনতেই সংঘটিত হৈছে এই অদ্ভুত ঘটনা।

প্ৰকাশিত তথ্যমতে কণমানি শিশুটোৱে নিজৰ ঘৰৰ পিছফালেই খেলি আছিল। খেলি থকাৰ সময়তে শিশুটোৰ ভৰিত সাপে খুঁটে। কেৱল খুঁটাই নহয় হাতত পকাই ধৰিছিল সাপটোৱে। শিশুটোৰ খুঁটাৰ পাছতেই হঠাতে পৰি যায় সাপটো। লগে লগেই সাপটোৰ মৃত্যু ঘটে। কিন্তু শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাতেই থাকে। ছত্তিশগড়ৰ এক স্থানীয় সংবাদ মাধ্যমে শিশুটিক এই বিষয়টোক লৈ কৰা প্ৰশ্নত শিশুটিয়ে কয়, ‘ মোৰ খুব বিষ হৈছিল। মোৰ হাতখন পকাই ধৰিছিল সাপটোৱে। কিন্তু মোক খুঁটাৰ পাছতেই সাপটো হাতৰ পৰা এৰাই পৰি যায়।’

শিশুটিৰ কিয় মৃত্যু নহ’ল সেই সম্পৰ্কে চলোৱা গৱেষণাৰ অন্তত চিকিৎসকে প্ৰকাশ কৰা অনুসৰি কোনো বিষাক্ত সাপে খুঁটোতে যি বিষ নিৰ্গমন হয় সেয়া নিৰ্গমন হোৱা নাছিল। সেয়ে শিশুটিৰ শৰীৰত কোনোধৰণৰ প্ৰভাৱ নপৰিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
ৰূপজ্যোতি কূৰ্মীয়ে কৈছে, চৰকাৰৰ টকা কমা নাই, তথাপিও সুৰা খাবই যদি ৰাজহ দি খাওক…

ৰূপজ্যোতি কূৰ্মীয়ে কৈছে, চৰকাৰৰ টকা কমা নাই, তথাপিও সুৰা খাবই যদি ৰাজহ দি খাওক...

ষ্টাৰবাক্সৰ একাপ কফি ইকুৱেল টুইটাৰৰ ব্লু-টিক! টুইটাৰত বিশেষ ফটোৰে কি বুজাইছে এলন মাস্কে?

ষ্টাৰবাক্সৰ একাপ কফি ইকুৱেল টুইটাৰৰ ব্লু-টিক! টুইটাৰত বিশেষ ফটোৰে কি বুজাইছে এলন মাস্কে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.