• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ

ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ

4 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

2 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

2 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

2 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

3 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

4 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

4 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

5 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

7 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ

editor by editor
April 12, 2022
in অপৰাধ, বিশ্ব
0
ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ
0
SHARES
906
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম ক্ৰিষ্টিনা ৰ’৷ বয়স ২৮ বছৰ৷ পেচা মডেল৷ কিছুদিন পূৰ্বে এখন নদীৰ পাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল৷

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কোনে হত্যা কৰিলে তাকেই লৈ ৰহস্যৰ সৃষ্টি হয়৷ আৰক্ষীয়ে প্ৰথমাৱস্থাত কোনো ক্লু লাভ কৰা নাছিল৷ পিছে মানসিকভাৱে কিছু ভাৰসাম্যহীন তেওঁৰ প্ৰেমিক চাৰ্লছ বায়েৰ্নৰ প্ৰতি সন্দেহ হয় আৰক্ষীৰ৷

ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ আৰক্ষীৰ তদন্তত অতি ভয়ংকৰ তথা বীভৎস তথ্য পোহৰলৈ আহে৷ যিটো সন্দেহত প্ৰেমিক চাৰ্লছে প্ৰেমিকা ক্ৰিষ্টিনাক হত্যা কৰিছিল, সেয়া আছিল সম্পূৰ্ণৰূপে ভিত্তিহীন৷

 

লগতে পঢ়ক ১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ এক প্ৰতিষ্ঠানৰ

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰেমিক চাৰ্লছে প্ৰেমিকা ক্ৰিষ্টিনাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে৷ চাৰ্লছৰ মতে প্ৰেমিকা ক্ৰিষ্টিনাই কিশোৰসকল ধৰ্ষণ কৰে৷ চালৰ্ছৰ মতে ক্ৰিষ্টিনাই ইজনৰ পিছত সিজনকৈ কিশোৰক ধৰ্ষণ কৰি আহিছে৷ যৌন নিৰ্যাতন চলাই আহিছে৷ কিশোৰসকলৰ লগত বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে৷ সেয়া ক্ৰিষ্টিনাৰ নিচাত পৰিণত হৈছে৷

এই সন্দেহে চাৰ্লছৰ মনত বাঁহ লোৱাৰ পিছতে তেওঁ ক্ৰিষ্টিনাক হত্যা কৰিবলৈ পৰিকল্পনা কৰিলে৷ মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত হৈ পৰা চাৰ্লছে ফেব্ৰুাৰিৰ এটা নিশা ক্ৰিষ্টিনাৰ ওচৰলৈ আহে আৰু সেই নিশাই চাৰ্লছে ক্ৰিষ্টিনাক হত্যা কৰে৷ এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী হয় ক্ৰিষ্টিনাৰ শিশু কন্যা৷ ধৰা পৰাৰ ভয়ত শিশুটিকো ডিঙিত ধৰি বেৰত মূৰটো থেতেলা মাৰি দিয়ে৷ সেই আক্ৰমণত শিশুটি মূৰ্চ্ছা যায়৷ এতিয়া শিশুটি চিকিৎসাধীন হৈ আছে৷

ইফালে চাৰ্লছে ক্ৰিষ্টিনাৰ মৃতদেহটো এটা বেগত ভৰাই গাড়ীৰে নি দলঙৰ পৰা নদীলৈ পেলাই দিয়ে৷ এটা সময়ত ক্ৰিষ্টিনাৰ মৃতদেহটো উতি গৈ নৈৰ পাৰত লাগি ধৰিল আৰু তাৰপৰাই মৃতদেহটো উদ্ধাৰ কৰা হয়৷

 

লগতে পঢ়ক ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?

ইতিমধ্যে চাৰ্লছৰ বিৰুদ্ধে আইনী বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছে৷ আদালতে প্ৰেমিকাক হত্যা কৰাৰ অপৰাধত চাৰ্লছক ১৬ বছৰৰ কাৰাদাণ্ড বিহিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে চাৰ্লছে মানসিক অস্থিৰতাৰ বাবে প্ৰেমিকা ক্ৰিষ্টিনাক অতি বৰ্বৰতাৰে হত্যা কৰে৷

ইফালে এই মানসিক অস্থিৰতাৰ বাবেই ক্ৰিষ্টিনাই চাৰ্লছৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক ছেদ কৰিবলৈ চেষ্টা কৰি আহিছিল৷ কিন্তু চাৰ্লছে সম্পৰ্কটো ছেদ কৰিবলৈ দিয়া নাছিল৷ আৰু অৱশেষত প্ৰেমিক চাৰ্লছে প্ৰেমিকা ক্ৰিষ্টিনাক অতি নৃশংসতাৰে হত্যা কৰে৷ ঘটনাটো ফিলিপাইনছত সংঘটিত হয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammodel killedmurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

৯০ গৰাকী স্পাইজেট পাইলটৰ বিমান উৰণত নিষেধাজ্ঞা DGCAৰ : কিন্তু কিয়?

৯০ গৰাকী স্পাইজেট পাইলটৰ বিমান উৰণত নিষেধাজ্ঞা DGCAৰ : কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.