• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?

ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?

4 years ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

21 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

1 hour ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

10 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

10 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

11 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

12 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

13 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

13 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

14 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

15 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

16 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?

editor by editor
April 12, 2022
in চিনেমা, বিবিধ, ভাৰত
0
ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?
0
SHARES
536
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটৰ বিবাহে এতিয়া চৰ্চাৰ শীৰ্ষত আছে৷ বিভিন্ন চৰ্চাৰ মাজতে এই বিবাহৰ চিত্ৰপট সঘনে সলনি হৈ থকাও দেখা গৈছে৷

প্ৰথমে বি-টাউনৰ এই বিবাহখন ১৩ বা ১৪ এপ্ৰিলত সম্পন্ন হোৱাৰ কথা আছিল৷ এতিয়া প্ৰকাশ পোৱা মতে বিয়াখন অহা ২০ এপ্ৰিলতহে সম্পন্ন হ’ব৷

আলিয়াৰ ভাতৃ ৰাহুল ভাটে কয় যে বিবাহখন ১৩ বা ১৪ এপ্ৰিলত নহয়, অহা ২০ এপ্ৰিলতহে সম্পন্ন হ’ব৷

লগতে পঢ়ক শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী

তেওঁ লগতে কয় যে পূৰ্বতে বিবাহখন আগৰ সূচীৰ মতেই হোৱাৰ কথা আছিল যদিও সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতে পুনৰ দিন সলনি কৰা হৈছিল৷

ইফালে বিয়াকলৈ যথেষ্ট হেঁচাত থকাৰ কথা প্ৰকাশ কৰি আলিয়াৰ ভাতৃয়ে কয় যে বিবাহ অনুষ্ঠানলৈ সীমিত অথিতিকহে নিমন্ত্ৰণ কৰা হৈছে৷

লগতে পঢ়ক ৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

ৰাহুল ভাটে প্ৰকাশ কৰা মতে ৰণবীৰ-আলিয়া বিবাহ অনুষ্ঠানলৈ মাত্ৰ ২৮ গৰাকী অতিথিকহে নিমন্ত্ৰণ জনোৱা হৈছে৷ কেৱল তেওঁলোকৰ পৰিয়ালৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক থকা লোককহে বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে৷

ইফালে বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰিত অতিথিসকলক এখন বাছেৰে চেম্বুৰ আৰ কে হাউচলৈ লৈ যোৱা হ’ব৷ তাতেই ৰণবীৰ আলিয়াৰ বিবাহ অনুষ্ঠান আয়োজন কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alia Bhatasom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBollywoodRanbir Alia weddingRanbir kapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

June 24, 2026
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
Next Post
মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ এক প্ৰতিষ্ঠানৰ

১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ এক প্ৰতিষ্ঠানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.