• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?

বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?

4 years ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

4 minutes ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

27 minutes ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

1 hour ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

2 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

3 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

4 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

4 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

5 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

6 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

6 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?

editor by editor
April 12, 2022
in অসম
0
বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?
0
SHARES
341
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমৰ প্ৰভাৱ অপৰিহীম৷ সামাজিক মাধ্যমে ৰাতিটোৰ ভিতৰতে কাৰোবাক হিৰ’ বনাই, কাৰোবাক পলকতে জিৰ’ও বনায়৷ এই সামাজিক মাধ্যমে সমাজলৈ যিমান ধনাত্মক অৰিহণা আগবঢ়াই ঠিক তেনেকৈ ঋণাত্মক প্ৰভাৱেও সমাজৰ কঁকালত মাজে মাজে প্ৰচণ্ড গোৰ শোধায়৷

সামাজিক মাধ্যমে বিশ্বৰ লগতে এই আপামৰো বহু লোকক ভাইৰেল কৰি ৰাতিটোৰ ভিতৰত নায়ক সজাইছে৷ ২০২০ বৰ্ষত গুৱাহাটীৰ বশিষ্ঠ ট্ৰেফিক পইণ্টৰ মিঠুন দাস নামৰ এজনৰ কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ জোৱানজনে প্ৰচণ্ড বৰষুণতো নিজৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰি আছিল৷ জোৱানজনৰ সেই কৰ্তব্যনিষ্ঠাৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনাইছিল৷

লগতে পঢ়ক ৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

ঠিক তেনে তদ্ৰূপ এটা ভিডিঅ’ এইবাৰো সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ দুদিনমান পূৰ্বে ভাইৰেল হোৱা ভিডিঅ’টোত এজন ট্ৰেফিক কনিষ্টবলে খানাপাৰাৰ ফুটব্ৰীজৰ সমীপৰ ট্ৰেফিক পইণ্টত ধাৰাষাৰ বৰষুণতো নিষ্ঠাৰে কৰ্তব্য পালন কৰি থকা দেখা গৈছিল৷ কৰ্তব্যৰত আৰক্ষী জোৱানজনক এখন বাহনৰ পৰা কোনো লোকে এটা ছাতি দি যোৱা দেখা গৈছিল৷

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আৰক্ষী জোৱানজনৰ কৰ্তব্য নিষ্ঠা সামাজিক মাধ্যমত পুনৰ চৰ্চা লাভ কৰিছে৷ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে, এই আৰক্ষী জোৱানজন কোন?

লগতে পঢ়ক কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

বৰষুণত তিতি নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি থকা জোৱানজন হৈছে লক্ষ্যজ্যোতি সন্দিকৈ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে লক্ষ্যজ্যোতিয়ে সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছে যে- ‘‘কাম কামেই, কামটো ভালদৰে কৰো। কেতিয়াবা এনেদৰে কাম কৰাৰ বাবে মানুহে যেতিয়া কিবা এটা ভালদৰে কয় নিজৰে কিবা এটা ভাল লাগে।’’

ইফালে, এই ভিডিঅটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয় কয়- ‘‘আৰক্ষী সদায় জনতাৰ বাবে। যি পৰিস্থিতি নহ’লেও কাম কৰিবই লাগিব। আমি আৰক্ষীক এনেদৰেই প্ৰস্তুত কৰিব বিচাৰিছো। তেখেতৰ কৰ্তব্যনিষ্ঠাক মই শলাগিছো।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam policeAssam traffic policeaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
Next Post
ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?

ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?

মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.