• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

4 years ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

11 minutes ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

32 minutes ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

1 hour ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

2 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

2 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

5 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

6 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

7 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

editor by editor
April 12, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খাদ্যৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ জুই ছাইৰ দামত জ্বলি ছাঁই হোৱাৰ উপক্ৰম হোৱাৰ সময়তে ভাৰতে বিশ্ব বাণিজ্য সংস্থা(TWO)লৈ খাদ্য যোগান ধৰিবলৈ সাজু হৈছে৷

মংগলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে হোৱা এক আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ‘শ্ৰী অন্নপূৰ্ণা ধাম’ৰ শৈক্ষিক ভৱন আৰু আৱাসগৃহ উদ্বোধন কৰি ভিডিঅ’ কনফাৰেন্সিঙেৰে প্ৰদান কৰা ভাষণত এই কথা প্ৰকাশ কৰিছে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত খাদ্য সংগ্ৰহ কৰি মজুত কৰি থকা হৈছে৷ খাদ্যৰ ভঁৰালবোৰ খালী হৈ থকাত এই সময়ত বিশ্বই এক নতুন সংকটৰ সন্মুখীন হৈছে৷ সেয়ে এই সমস্যাটো সমাধান কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰি ভাৰতে WTOলৈ খাদ্য যোগান ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

 

লগতে পঢ়ক বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?

প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে প্ৰয়োজনীয় খাদ্য মজুত থকা বুলি প্ৰকাশ কৰি কয় যে ‘‘আমাৰ কৃষকে বিশ্বৰ বাবে খাদ্য যোগান ধৰিবলৈ সক্ষম হ’ব৷’’ WTOএ কেতিয়াকৈ ভাতৰৰ পৰা খাদ্য সংগ্ৰহ কৰিব সেয়া প্ৰধানমন্ত্ৰী মোদীয়ে অৱগত নহয় বুলি কৈ কয় যে আমি ইয়াৰ বাবে প্ৰয়োজনীয় আইনী ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগিব৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে গুজৰাটে দেশৰ বিকাশৰ বাবে আৰু কাম কৰাৰ প্ৰয়োজন আছে৷ ‘‘শৈক্ষিক, পৰিপুষ্টি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত গুজৰাটে সদায়ে সমাজলৈ অৰিহণা যোগাই আহিছে৷ আৰু পাতিদাৰ সম্প্ৰদায়ও ইয়াৰ অংশীদাৰ৷’’

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza knabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPM Modipm narendra modiPresident Joe BidenUS PresidentWorld Trade OrganizationWTO
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Next Post
১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ এক প্ৰতিষ্ঠানৰ

১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ এক প্ৰতিষ্ঠানৰ

কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?

কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.