• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

8 months ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

8 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

8 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

9 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

9 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

10 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

10 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

11 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

11 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

11 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

12 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

12 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

editor by editor
August 9, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিঃশব্দে বিপদ মাতি আনে উচ্চ ৰক্তচাপে৷ দেখাত সুস্থ যেন লগা মানুহো হঠাৎ ৰক্তচাপত আক্ৰান্ত হৈ জীৱন শেষ হৈ পৰে৷ সুস্থ মানুহৰ হঠাৎ ৰক্তচাপ বাঢ়ি যোৱাৰ কাৰণে চেৰিব্ৰেইল ষ্ট্ৰোকত আক্ৰান্ত হব পাৰে৷ বহু সময়ত হাৰ্ট এটেকৰ নেপথ্যত থাকে হঠাৎ বাঢ়ি যোৱা ৰক্তচাপ৷ সেয়ে সময় থাকোতেই ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা দৰকাৰ৷ কাৰণ হঠাৎ ৰক্তচাপ বাঢ়ি গলে বিপদ হবলৈ বেছি সময় নালাগে৷

প্ৰকৃততে ষ্ট্ৰোক এক হঠাৎ ঘটি যোৱা মাৰাত্মক শাৰীৰিক অৱস্থা৷ যত মস্তিষ্কত ৰক্তপ্ৰবাহ বন্ধ হৈ যায় বা ৰক্তক্ষৰণ ঘটে৷ সাধাৰণতে আমি ষ্ট্ৰোকৰ লক্ষণ হিচাপে মুখ বেকা হোৱা, হাত ভৰি অৱশ হোৱা বা কথা লাগি ধৰাৰ দৰে বিষয় জানো৷ কিন্তু চিকিৎসকে কৈছে যে বহু সময়ৰ পূৰ্বেই শৰীৰে কিছু অস্বাভাৱিক সতৰ্কবাৰ্তা পঠিয়াই৷ যি অধিকাংশ মানুহে উপেক্ষা কৰি থাকে৷ এই সতৰ্কবাৰ্তা যদি সময়মতে চিনাক্ত কৰা হয় তেতিয়া পূৰ্বেই ষ্ট্ৰোকৰ আশংকা কমাব পাৰি৷

হঠাৎ অস্বাভাৱিক মূৰৰ বিষ

যদি হঠাৎ এনে ধৰণৰ মূৰৰ বিষ আৰম্ভ হয় আৰু পূৰ্বে কাহানিও এনে মূৰৰ বিষ আপুনি অনুভৱ কৰা নাই তেন্তে ইয়াক উপেক্ষা নকৰিব৷ মস্তিষ্কত তেজ জমা বা ৰক্তক্ষৰণ আৰম্ভ হলে এনে ধৰণৰ মূৰৰ বিষ হব পাৰে৷ বহু সময়ত ইয়াৰ সৈতে বমি ভাৱ, মূৰ ঘুৰোৱা বা দৃষ্টিৰ সমস্যাই দেখা দিয়ে৷ এইসমূহ লক্ষণ দেখিলে অবিলম্বে চিকিৎসা কৰা জৰুৰী৷

অকাৰণতে দীৰ্ঘস্থায়ী হাঁচি অহা

হাঁচি সাধাৰণতে বহুতৰে আহে৷ এয়া স্বাভাৱিক বুলিয়েই বহুতে গুৰুত্ব নিদিয়ে৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী আৰু অকাৰণ হাঁচি অহাটো ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ হব পাৰে৷ মস্তিষ্কৰ মেডুলা অংশ যিয়ে শ্বাসপ্ৰশ্বাস আৰু গিলন নিয়ন্ত্ৰণ কৰে তাত কোনো সমস্যাই দেখা দিলে হাঁচি বাৰে বাৰে আহে৷

অস্বাভাৱিক বুকুৰ বিষ

বহু সময়ত ধাৰণা কৰা হয় যে বুকুৰ বিষ মানেই হাৰ্ট এটেক৷ কিন্তু সকলো সময়তে এনে নহয়৷ ষ্ট্ৰোকৰ পূৰ্বে মস্তিষ্কত ৰক্তপ্ৰবাহ কমি গলে এনজাইনাৰ দৰে বুকুত চাপ বা বিষ অনুভূত হয়৷ এই ধৰণৰ বিষক অৱহেলা কৰিলে বিপদ আৰু বাঢ়ি যাব পাৰে৷

মানসিক চাপ বা বমি বমি ভাৱ

অতিৰিক্ত ষ্ট্ৰেছৰ সময়ত শৰীৰত হৰমনৰ পৰিবৰ্তন ঘটে যিয়ে ৰক্তনলী সংকুচিত কৰে আৰু তেজ গোট মাৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত হঠাৎ বমি বা বমি বমি ভাৱ আহে৷ যদি ইয়াৰ সৈতে মূৰ ঘূৰোৱা বা অজ্ঞান হোৱাৰ দৰে লক্ষণ থাকে তেন্তে এয়া ষ্ট্ৰোকৰ সংকেত হব পাৰে৷

এই ধৰণৰ অস্বাভাৱিক লক্ষণে দেখা দিলে অৱহেলা নকৰি অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ দ্ৰুত সঠিক চিকিৎসা আৰম্ভ হলেই ষ্ট্ৰোকৰ দৰে জীৱনঘাতী অৱস্থা প্ৰতিৰোধ কৰা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
Next Post
আজি শাওনৰ শেষ সোমবাৰ, শাওন শেষ হোৱাৰ পূৰ্বে এই ৫ কাম কৰক, তুষ্ট হ’ব মহাদেৱ

আজি শাওনৰ শেষ সোমবাৰ, শাওন শেষ হোৱাৰ পূৰ্বে এই ৫ কাম কৰক, তুষ্ট হ’ব মহাদেৱ

প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.