• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা…

‘ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা…

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

4 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

5 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

6 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

7 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

7 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

9 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

9 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

10 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

10 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা…

editor by editor
November 6, 2022
in বিশ্ব, স্বাস্থ্য
0
‘ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা…
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সামাজিক মাধ্যমেই তেওঁক তাৰকা বনাইছে। সামাজিক মাধ্যম অতিৰিক্ত ব্যৱহাৰ কৰিয়েই তাৰকাগৰাকী এতিয়া শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিছে। ফেনেলা ফক্স নামৰ ব্ৰিটিছ মডেলগৰাকীৰ ইনষ্টাগ্ৰাম আৰু ফেছবুকত আছে প্ৰাপ্তবয়স্কৰ বাবে বিশেষ কন্টেন্ট। সেই ছাইটটোৰ পৰাই মডেল ফেনেলাই মাহিলী আয় কৰে প্ৰায় ১০ লাখ পাউণ্ড। ভাৰতীয় মুদ্ৰাত সেয়া ৯ কোটি টকাৰো অধিক ধন। ধন ঘটিবৰ বাবে ঘণ্টাৰ পাছত ঘম্টা ধৰি সামাজিক মাধ্যম ব্যৱহাৰ কৰে মডেলগৰাকীয়ে। এইদৰে সামাজিক মাধ্যম ব্যৱহাৰ কৰিয়েই বিড়ম্বনাৰ সন্মুখীন হৈছে মডেল ফেনেলা।

ফেনেলাই প্ৰকাশ কৰা অনুযায়ী এদিনত প্ৰায় ১৪ ঘণ্টা ধৰি ফোন ব্যৱহাৰ কৰে ফেনেলাই। যাৰ বাবে শাৰীৰিক অসুস্থতাই দেখা দিছে। কৰ্মৰ বাবেই কিছুদিন পূৰ্বে পৰ্তুগাললৈ গৈছিল ফেনেলা। তাতেই হঠাতে অসুস্থ হৈ পৰা ফেনেলাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে ফেনেলাৰ স্নায়ুৰ সমস্যা হোৱা বুলি প্ৰকাশ কৰিছে। ফেনেলাই এতিয়া থিয় হ’বও নোৱাৰে কিয়নো শোৱাৰ পৰা উঠিলেই মূৰ ঘূৰাই ফেনেলাৰ। ভৰিৰ কঁপনিৰ বাবে খোজো কাঢ়িব নোৱাৰে মডেলগৰাকীয়ে। হুইলচেয়াৰত বহুৱাই ব্ৰিটেইনলৈ লৈ অহা হৈছে অভিনেত্ৰীগৰাকীক।

ইপিনে ফেনেলাই সামাজিক মাধ্যমযোগে এটা পষ্ট শ্বেয়াৰ কৰিছে। ফেনেলাই পষ্টত লিখিছে যে তেওঁৰ পূৰ্বৰে পৰাই হৃদৰোগ আছে। শৰীৰৰ এইসমূহ সমস্যাক লৈ উদ্বিগ্নতা বাঢ়ি যোৱাৰ বাবে এতিয়া এই সমস্যাও বাঢ়ি গৈছে। মৃত্যুভয়েও কোঙা কৰি আনিছে মনটোক। আনহাতে চিকিৎসকেও এই ৰোগটোৰ নাম দিছে, ‘ছাইবাৰ মোছন ছিকনেছ’। এই কঠিন সময়ত ফেনেলাৰ কাষত তেওঁৰ পৰিয়ালবৰ্গ আছে। গা-ধোৱাৰ পৰা খোৱাই দিয়ালৈকে কোনো কামেই নিজে কৰিব নোৱাৰে ফেনেলাই। বৰ্তমান ফোনৰ ব্যৱাৰ কমাই আনিছে ফেনেলাই। দহ ঘণ্টাতকৈ অধিক সময় ফোন ব্যৱহাৰত বাধা দিছে চিকিৎসকেও। নিজে এই ৰোগত আক্ৰান্ত হোৱাৰ পাছতেই সকলোকে সচেতন কৰাবৰ বাবে এই ৰোগৰ কথা প্ৰচাৰত গুৰুত্ব দিছে মডেল ফেলেনাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?
জীৱনশৈলী

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

March 12, 2026
Next Post
এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

কাৰ্বিআংলঙত ডেংগুৰ ভয়াৱহ ৰূপ! ৩০৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ৬ লোকৰ

কাৰ্বিআংলঙত ডেংগুৰ ভয়াৱহ ৰূপ! ৩০৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ৬ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.