• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

2 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

6 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

6 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

8 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

8 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

9 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

10 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

12 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

12 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

12 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

editor by editor
October 12, 2023
in ভাৰত, লেখা, শিক্ষা
0
Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এইকেইদিন ৰাছি বাগ্গা নামৰ ২২ বছৰীয়া যুৱতী এগৰাকীৰ বাতৰিয়ে বিশেষ প্ৰাধান্য লাভ কৰিছে।কোনো IIT বা IIM ৰ পৰা উত্তীৰ্ণ নোহোৱাকৈও এওঁ এতিয়া দৰমহা লাভ কৰিব বছৰি ৮৫ লাখ টকা ! অৰ্থাৎ মাহে ৭ লাখতকৈ অধিক !!! চাকৰিৰ আৰম্ভণিতে এনে পৰিমাণৰ দৰমহা সাধাৰণতে IIT বা IIM ৰ কিছু সংখ্যক স্নাতকেহে লাভ কৰে।

International Institute of Information Technology (IIIT), নয়া ৰায়পুৰৰ পৰা এই বছৰতে B. Tech ডিগ্ৰী লাভ কৰা ৰাছিয়ে কেইবাটাও প্ৰতিষ্ঠানে অনুষ্ঠিত কৰা চৌহদ সাক্ষাৎকাৰ(campus interview)ত অৱতীৰ্ণ হৈছিল, যদিও তেওঁলৈ আগবঢ়োৱা দৰমহাৰ পৰিমাণ আছিল বছৰি ১৪ ৰ পৰা ১৫ লক্ষ টকা। কিন্তু ৰাছি বাগ্গা নামৰ ২২ বছৰ বয়সীয়া যুৱতী গৰাকীয়ে ইয়াতেই সন্তুষ্ট নাথাকি আন কেইবাটাও প্ৰতিষ্ঠানৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পাছত অৱশেষত অষ্ট্ৰেলিয়াৰ ছিদনীত মুখ্য কাৰ্যালয় থকা Atlassian নামৰ তথ্য প্ৰযুক্তি বিষয়ক প্ৰতিষ্ঠানটোত বছৰি ৮৫ লাখ টকাৰ দৰমহাৰে কৰ্ম সংস্থাপন লাভ কৰে। নয়া ৰায়পুৰ IIIT ৰ পৰা উত্তীৰ্ণ কোনো স্নাতকে লাভ কৰা দৰমহা এতিয়ালৈকে এইয়াই সৰ্বাধিক ! ২০২২ চনত এইখন প্ৰতিষ্ঠানৰে পৰা উত্তীৰ্ণ আন এগৰাকীয়ে লাভ কৰিছিল বছৰি ৫১ লাখ টকা।

ৰাছি বাগ্গা এতিয়া এই প্ৰতিষ্ঠানটোৰ Product Security Engineer হিচাপে কৰ্মৰত। ইয়াৰ পূৰ্বে তেওঁ Amazon ত Software Developer Intern হিচাপে অলপ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। নয়া ৰায়পুৰ IIIT ৰ এগৰাকী মুখপাত্ৰই ৰাছিৰ বিষয়ে মন্তব্য কৰি কৈছে, ” Rashi Bagga’s unwavering commitment to her goals and her impressive performance during interviews have led to this record breaking achievement.” Cyber security ৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ আৰু দক্ষতা থকা ৰাছিয়ে ইতিমধ্যে Blockchain based security protocols for IoT networks শীৰ্ষক এখন গ্ৰন্থও ৰচনা কৰিছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
‘ICOMOS’ প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?

'ICOMOS' প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?

পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.